NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশৰ যুৱ লেখক আৰু মানৱ অধিকাৰ কৰ্মী তুষাৰ চাৰোৱাৰৰ সৈতে নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ আছুতীয়া কথোপকথন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2024 11:51 am

চাৰোৱাৰ তুষাৰ বাংলাদেশৰ এজন যুৱ লেখক, বুদ্ধিজীৱী আৰু এক্টিভিষ্ট ।

তুষাৰ বৈষম্য বিৰোধী আন্দোলনৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল।

এই আন্দোলনত বিএনপিৰ নেতৃস্থানীয় লোকসকলে যোগদান কৰা নাছিল, কিন্তু সাধাৰণ কৰ্মী সকলে যোগদান কৰিছিল।

গণ অভ্যুত্থানৰ পাছতো বাংলাদেশৰ মুখ্য ন্যায়াধীশে এক ন্যায়িক অভ্যুত্থানেৰে কেনেকৈ দহ আগষ্টৰ দিনা অন্তৰ্ৱতী চৰকাৰখন বৰ্খাস্ত কৰিব বিচাৰিছিল।

অন্তৰ্ৱতী চৰকাৰ অন্ততঃ দুই তিনি বছৰলৈ থাকিব।

সাধাৰণ মানুহৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়া এখন সংবিধান, গণতান্ত্ৰিক অনুষ্ঠান সমূহৰ আমূল সংস্কাৰ আৰু জনবিৰোধী আইন বাতিলক দ্বাৰা এখন নতুন বাংলাদেশৰ ভেটি স্থাপন কৰিব লাগিব।