NORTHEAST NOW (Assamese)
অসম

পুনৰ শৰাইঘাটৰ পুৰণি দলঙৰ পৰা জঁপিয়ালে এজন লোকে

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী July 14, 2022 1:32 pm

৫ দিন নহওঁতেই পুনৰ শৰাইঘাটৰ পুৰণি দলঙত অঘটন।

দলঙৰ ৰেলিঙৰ পৰাই জঁপিয়ালে এজন যুৱকে ।

যুৱকজনৰ নাম ৰিন্টুমণি বৰুৱা বুলি জানিব পৰা গৈছে।

দেউতাকৰ নাম লংকেশ্বৰ বৰুৱা বুলি জানিব পৰা গৈছে।

যুৱকজনৰ ঘৰ বামুনি মৈদামৰ নিউ ৰেইলৱে কলনিত বুলি জানিব পৰা গৈছে ।

বৰ্তমান নদীৰ আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও কোনো শুং সূত্ৰ পোৱা নাই।

AS01EW 6046 Scooty লৈ আহিছিল যুৱকজন।

বাহনখন দলঙৰ ওপৰত ৰখাই জাঁপ দিলে লোক জনে।

হতাশাত ভুগি আত্মহত্যাৰ সিদ্ধান্ত লোৱা বুলি সন্দেহ।

উল্লেখযোগ্য যে, যোৱা ১০ জুলাইৰ দিনাও চাইকেল ৰখাই শৰাইঘাটৰ পুৰণি দলঙৰ ৰেলিঙৰ পৰা বৰপেটাৰ যুৱক এজনে জাপ দিছিল ব্ৰহ্মপুত্ৰত।