NORTHEAST NOW (Assamese)
অসম

শিলপুখুৰীত চুৰীকাঘাতৰ ঘটনাত এজন গুৰুতৰভাবে আহত

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী August 3, 2022 3:38 pm
শিলপুখুৰীত চুৰীকাঘাতৰ ঘটনাত এজন গুৰুতৰভাবে আহত

শিলপুখুৰীত চুৰীকাঘাতৰ ঘটনা।

লখৰাৰ দীপক ৰয়ক চুৰীৰে আঘাত কৰিলে চেম্পিয়ন নামৰ এজনে।

দুপৰীয়া প্ৰায় ১:৩০ বজাত এই ঘটনা ঘটিছে।

ড্ৰাগছক লৈ এই ঘটনা ঘটিছে বুলি সন্দেহ।

ঘটনাৰ সময়ত দুয়োগৰাকী ড্ৰাগছ আসক্ত আছিল বুলি স্থানীয় ৰাইজে সন্দেহ কৰে।

পলাতক চেম্পিয়নক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল।

সংকটজনক অৱস্থাত দীপকক GMCHত ভৰ্তি কৰোৱা হৈছে।