NORTHEAST NOW (Assamese)
শিক্ষা

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2025 9:30 pm

১.  বিদ্যুৎ প্ৰবাহৰ SI একক কি? 

   উঃ এম্পিয়াৰ (A)। 

২.  নিউটনৰ প্ৰথম গতিৰ সূত্ৰক কিহৰ গতি সূত্ৰ বুলিও কোৱা হয়?

   উঃ জড়তাৰ গতি সূত্ৰ। 

৩.  কোনটো সূত্ৰৰ মতে শক্তি সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি? 

   উঃ তাপগতিবিজ্ঞানৰ প্ৰথম সূত্ৰ। 

৪.  ওহমৰ সূত্ৰই কি সম্পৰ্ক নিৰূপণ কৰে? 

   উঃ Voltage (V), Current (I), and Resistance (R) as V=IRV=IR.

৫.  শূন্যত পোহৰৰ গতি কিমান?   

উঃ  ৩ ˟ ১০ মিটাৰ/ছেকেণ্ড  

৬.  পৰ্যাবৃত্ত তালিকাৰ প্ৰথম মৌলটো কি?   

উঃ হাইড্ৰজেন (H)। 

৭.  বিশুদ্ধ পানীৰ pH মান কিমান?    

উঃ ৭.৪

৮.  পানীৰ ৰাসায়নিক সূত্ৰ কি?    

উঃ O2

৯.  কোনগৰাকী বিজ্ঞানীয়ে সোণৰ ফয়েল পৰীক্ষাৰ দ্বাৰা নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল?    

উঃ আৰ্নেষ্ট ৰাদাৰফৰ্ড।   

১০.  এছিডে নীলা লিটমাছ কাগজক কি ৰঙলৈ পৰিবৰ্তন কৰে?     

উঃ ৰঙা। 

১১.  কোষ তত্ত্ব কোনে আগবঢ়াইছিল?     

উঃ মাথিয়াছ শ্লেইডেন আৰু থিয়ডৰ শ্ব্বান। 

১২.  মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কি?    

উঃ ছাল। 

১৩.  কোষৰ কোন অংগক “কোষৰ শক্তি কেন্দ্ৰ” বুলি কোৱা হয়?     

উঃ মাইটকণ্ড্ৰিয়া। 

১৪.  উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বোলে?    

উঃ সালোকসংশ্লেষণ। 

১৫.  হিম’গ্লবিন কোন ধৰণৰ ৰক্তকোষত পোৱা যায়?     

উঃ ৰক্তৰ লোহিত কণিকা (RBC)। 

১৬.  অ’জন স্তৰ বায়ুমণ্ডলৰ কোন স্তৰত থাকে?      

উঃ স্ত্ৰেট’স্ফিয়াৰ। 

১৭.  গ্ৰীণহাউছ প্ৰভাৱৰ মূল কাৰক গেছ কোনটো?     

উঃ কার্বন-ডাই-অক্সাইড

১৮.  এছিড বৰষুণৰ কাৰণ হ’ল কি?    

উঃ ছালফাৰ আৰু নাইট্ৰজেন। 

১৯.  কোনটো নৱীকৰণযোগ্য শক্তিয়ে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰে?     

উঃ সৌৰশক্তি। 

২০.  বনাঞ্চল ধ্বংসে বায়ুমণ্ডলত কি গেছৰ পৰিমাণ বৃদ্ধি কৰে?    

উঃ কার্বন-ডাই-অক্সাইড।

২১.  ভিটামিন Cৰ অভাৱত কি ৰোগ হয়?    

উঃ স্কাৰ্ভি। 

২২.  কোনটো ব্লাড গ্ৰুপক “সাৰ্বজনীন দাতা” বুলি কোৱা হয়?     

উঃ O নিগেটিভ আৰু O পজিটিভ।

২৩.  ৭তকৈ কম pH থকা পদাৰ্থক কি বোলা হয়?    

উঃ আম্লিক।

২৪.  সোণৰ ৰাসায়নিক চিহ্ন কি?     

উঃ Au

২৫.  উদ্ভিদৰ সেউজীয়া ৰঞ্জক পদাৰ্থটোৰ নাম কি?    

উঃ ক্ল’ৰ’ফিল। 

২৬.  সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি?    

উঃ বুধ। 

২৭.  খাদ্যপ্ৰাণ (খ)ৰ অভাৰত কি ৰোগ হয়?    

উঃ বেৰিবেৰি।

২৮.  খোৱা লোণৰ ৰাসায়নিক নাম কি?     

উঃ ছ’ডিয়াম ক্ল’ৰাইড (NaCl)।   

২৯.  ভিটামিন Aৰ অভাৱত কি ৰোগ হয়?    

উঃ কুকুৰীকণা।

৩০.  বলৰ SI একক কি?     

উঃ নিউটন (N)।