Summer vacation বানৰ সংহাৰৰ পৰিপ্ৰেক্ষিতত ২৫ জুনৰ পৰা ২৫ জুলাইলৈ বিদ্যালয়ৰ গৰমৰ বন্ধ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ
বানপানীৰ বাবে আগুৱাই দিয়া হ’ল গৰম বন্ধ।
নেৰা নেপেৰা বৰষুণৰ ফলত হোৱা বানপানীৰ বাবেই আগুৱাই দিয়া হৈছে বিদ্যালয় সমূহৰ গৰম বন্ধ।
২৫ জুনৰ পৰা বিদ্যালয় সমূহত গৰম বন্ধ হব বুলি ঘোষণা কৰে ৰাজ্য চৰকাৰে।
২৫জুনৰ পৰা ২৫ জুলাই লৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ। ৫ দিন আগুৱাই দিয়া হৈছে গৰম বন্ধ।
সংবাদমেল যোগে এই কথা ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
উল্লেখ্য ৰাজ্যৰ বহু বিদ্যালয় এতিয়াও পানীৰ তলতে আছে।
এনে পৰিস্থিতিত তেনে বিদ্যালয়সমূহত পাঠদান কৰাটো অসম্ভৱ হৈ পৰিছে।