Tag: Assam Election
‘বিজেপিৰ হেঁচাত কাম কৰি আহিছে নিৰ্বাচন আয়োগে’ : বিস্ফোৰক অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ
দ্বিতীয় পৰ্যায়ত ইভিএমৰ বিসংগতিৰ অভিযোগ দিয়াৰ পিছত নিৰ্বাচনী আয়োগে কথা দিছিল যে তৃতীয় পৰ্যায়ত বিংসগতি নহয়, কিন্তু তাৰ পিছতো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত…
ৰাজ্যৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ; দিনৰ ১বজালৈকে ভোটদানৰ হাৰ ৫৩.২৩শতাংশ
ৰাজ্যত আজি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত দিনৰ ১বজালৈকে ভোটদানৰ হাৰ হৈছে ৫৩.২৩ শতাংশ। ৰাজ্যিক নিৰ্বাচন আয়োগে এই…
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ; পুৱা ১১ বজালৈকে ৩৩.১৮শতাংশৰ ভোটদান
ৰাজ্যত আজি অনুষ্ঠিত হোৱা অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত পুৱা ১১বজালৈকে ভোটদানৰ হাৰ হৈছে ৩৩.১৮শতাংশ। ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।…
অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ : প্ৰথম দুঘণ্টাত ১২.৮৩ শতাংশ ভোটদান
ৰাজ্যত আজি অনুষ্ঠিত হোৱা অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰথম দুঘণ্টাৰ ভোটদানৰ হাৰ হৈছে ১২.৮৩ শতাংশ। ৰাজ্যিক নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ…
আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ : কোন কোন মহাৰথীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৯ লাখ ভোটাৰে?
১২৬ খন আসনবিশিষ্ট অসম বিধানসভা নিৰ্বাচন ২০২১ৰ আজি ৬ এপ্ৰলিত অনুষ্ঠিত হৈছে তৃতীয় তথা অন্তিম পৰ্যয়াৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ত ৰাজ্যখনৰ ১২ খন…
ৰাম নৌপজতেই ৰামায়ণ! ভোটদান কৰিবলৈ আহি মন্ত্ৰিত্বৰ দাবীৰ কথা দোহাৰিলে বিধায়ক অতুল বৰাই
আজি অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ৪০টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ আন সমষ্টিৰ লগতে দিছপুৰ সমষ্টিতো পুৱা ৭ বজাৰ পৰা বিভিন্ন…
আজি বিধানসভাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ; মহানগৰীৰ ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী
আজি ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে তৃতীয় পৰ্যায়য়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে।…
ৰাজহুৱা শান্তি শৃংখলা ৰক্ষা! ধুবুৰী জিলাত ফৌজদাৰী বিধিৰ ১৪৪ ধাৰা জাৰি জিলা দণ্ডাধীশৰ
ধুবুৰী জিলাত ফৌজদাৰী বিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে জিলা দণ্ডাধীশে। জিলা দণ্ডাধীশ দেৱ কুমাৰ কলিতাই সোমবাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে।…
৯০ টা ভোটবিশিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান ১৮১ টা : কৰ্তব্যৰত নিৰ্বাচনী বিষয়াসকলক নিলম্বন
অসম বিধান নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোটগ্ৰহণত বিভিন্ন ঠাইত বিসংগতি হোৱাৰ বাতৰি আহিছে। যোৱা ২ এপ্ৰিলত অনুষ্ঠিত দ্বিতীয় পৰ্যায়j ভোটগ্ৰহণ দিনা ডিমা হাছাও…
ভোটগ্ৰহণৰ বাবে সাজু বাক্সা নিৰ্বাচন জিলা : ২৭ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব কেৱল মহিলা বিষয়াই
অহা ৬ এপ্ৰিলত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে বাক্সা জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ জিলাখনৰ…