অসম উত্তৰাখণ্ডত উদ্ধাৰ লোক সেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা অসমৰ ছাত্ৰীৰ মৃতদেহ
যোৱা ৬ জুনৰ পৰা উত্তৰাখণ্ডত নিৰুদ্দেশ হৈ থকা ডিমা হাছাও জিলাৰ এগৰাকী ২৫ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।…
নৰ্থ-ইষ্ট নাও, গুৱাহাটী · June 10, 2025 4:09 pm