অসম অব্যাহত চোৰাং বেহা! পুৱতি নিশা বিশ্বনাথ আৰক্ষীৰ অভিযানত জব্দ ট্ৰাকসহ ২০ টাকৈ চোৰাং গৰু
বিশ্বনাথ সদৰ আৰক্ষীৰ অভিযানত পুৱতি নিশা জব্দ কৰা হৈছে বিছটাকৈ বলধ।জোনাইৰ পৰা খাৰুপেটিয়ালৈ গৈ থকা অৱস্থাত বিশ্বনাথ সদৰ আৰক্ষীৰ দলটোৱে জব্দ কৰিবলৈ…
কাজি জেইদুল ইছলাম, বিশ্বনাথ · February 7, 2022 1:17 pm