অসম ১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন
চৰকাৰে ১৯৫০ চনৰ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ আইন পুনৰ প্ৰৱৰ্তন কৰি ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰাৰ কথা ঘোষণা কাৰিছে। ২০২৪ চনৰ উচ্চতম ন্যায়ালয়ে…
এন ই নাও নিউজ, গুৱাহাটী · June 9, 2025 8:24 pm