Tag: COVID-19
হায়দৰাবাদৰ এক প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাৱে কোভিড১৯ৰ ভেকচিন তৈয়াৰ কৰিব ICMRএ
ভাৰতীয় কাউনন্সিল ফ’ৰ মেডিকেল ৰিচাৰ্ছ(ICMR)এ হায়দৰাবাদস্থিত ভাৰত বায়’টেক ইন্টানেশ্যলন লিমিটেড( BBIL)ৰ সৈতে যুটীয়া ভাৱে কোভিড১৯ ভেকচিন তৈয়াৰ কৰিব। শনিবাৰে ICMRএ এই কথা…
কোভিড-১৯ আক্ৰান্ত ৰোগীক মুম্বাইৰ পৰা কঢ়িয়াই অনা এম্বুলেঞ্চক লৈ প্ৰতিক্ৰিয়া; মন্ত্ৰী হিমন্তৰ উত্তৰ
কালি যোৰহাট মেডিকেল কলেজত দুগৰাকী মহিলাৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছতে এখন এম্বুলেঞ্চক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক প্ৰতিক্ৰিয়াৰ। ইয়াৰ লগতে ৰহস্যৰ…
ফোনকল ফাদিল: কৰ’নাৰ সংহাৰক লৈ ডোনাল্ড ট্ৰাম্পক উভতি ধৰিলে বাৰাক অ’বামাই
কৰ’না ভাইৰাছৰ সংক্ৰমণে বিশ্বৰ ভিতৰতে আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত কৰি তুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰক। ইয়াৰ মাজতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই দেশখনৰ অৱনতি ঘটা…
গৱেষকৰ দাবী: মাতৃদুগ্ধৰ ৰক্ষা কৱচ ভেদ কৰিবলৈ সক্ষম নহয় কৰ’না ভাইৰাছ!
শিশুক বেমাৰৰ পৰা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত মাতৃ দুগ্ধৰ দৰে শক্তিশালী কোনো দৰৱ নাই। এক গৱেষণাত দাবী কৰা হৈছে যে প্ৰাণনাশী কৰ’না ভাইৰাছেও…
কৰ’না মুক্ত ৰাজ্য হৈ পৰিল মিজোৰাম; আক্ৰান্ত একমাত্ৰ ৰোগীজনো হৈ উঠিল সুস্থ
উত্তৰ-পূৰ্বাঞ্চলৰ আৰু এখন ৰাজ্য মিজোৰাম কৰ’না ভাইৰাছৰ পৰা মুক্ত হৈ পৰিল। ৰাজ্যখনৰ একমাত্ৰ কৰ’না পজিটিভ ৰোগীজনো সুস্থ হৈ উঠিছে। চিকিৎসকসকলে জানিবলৈ দিয়া…
ত্ৰিপুৰাত পুনৰ BSFৰ ১৭জন ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ১৩৬লৈ বৃদ্ধি
সোতৰজন লোক শনিবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৩৬লৈ বৃদ্ধি পাইছে। নতুনকৈ চিনাক্ত হোৱা ক’ভিড-১৯ পজিটিভ ব্যক্তিকেইগৰাকীও…
‘কোভিড১৯ৰ লক্ষণ দেখুওৱাৰ পাছতো দীপিকা নাথৰ চেম্পল কিয় লোৱা নহ’ল?’ : স্বাস্থ্য মন্ত্ৰী হিমন্তৰ প্ৰশ্ন
ৰাজ্যৰ চৌদিশে ক’ৰ’নাৰ যি আতংক চলি আছে। তাৰ মাজতে এই ক’ৰ’না বিৰুদ্ধে যুঁজৰ সেনাপতি ৰূপে সন্মুখ সমৰত অৱতীৰ্ণ হোৱা স্বাস্থ্য মন্ত্ৰী হিমন্ত…
ইতিহাস সৃষ্টি! : দেশৰ প্ৰথমগৰাকী ৩৮ ঘণ্টা ভেন্টিলেশ্যনত থকা কোভিড-১৯ ৰোগীৰ আৰোগ্য লাভ
দেশত ৩৮ ঘণ্টা ভেন্টিলেশ্যনত থকাৰ পিছত এগৰাকী কোভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে। ব্যক্তিজন হৈছে কলকতাৰ ৫২ বৰ্ষীয় নিতাইদাস মুখাৰ্জী। ইতিমধ্যে নিতাইদাস মুৰ্খাজীক…
বিত্তীয় সংকট প্ৰসংগত কিছু প্ৰশ্ন
যোৱা ২৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত এক সংবাদমেলত অসমৰ বিত্তমন্ত্ৰীজনে ঘোষণা কৰিছে যে লকডাউনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত গুৰুতৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছে আৰু মূলতঃ…
হোৱাইট হাউছত কোভিড১৯ : এইবাৰ ড’নাল্ড ট্ৰাম্পৰ কন্যাৰ ব্যক্তিগত সহায়িকাৰ শৰীৰত কোভিড১৯
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জীয়ৰী ইভাঙকা ট্ৰাম্পৰ ব্যক্তিগত সহায়ক গৰাকীৰ শৰীৰত ধৰা পৰিছে কোভিড১৯ৰ উপস্থিতি। শনিবাৰে সংবাদ প্ৰতিষ্ঠান চিএনএনএ প্ৰকাশ কৰিছে এই…