NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

কৰ’নাত আক্ৰান্ত হ’ল ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিন

ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিনৰ দেহত ধৰা পৰিছে কোভিড-১৯। বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্সিৰ জৰিয়তে হোৱা বৈঠকত মিছুস্তিনে…

এন ই নাও নিউজ · May 1, 2020 8:18 am
অসম

লকডাউনৰ প্ৰভাৱ! ভাৰততেই ১৩ কোটি লোকে হেৰুৱাব পাৰে সংস্থাপন

কৰ’না ভাইৰাছে ইতিমধ্যে আতংকিত কৰি ৰাখিছে। কিন্তু গোটেই বিশ্বতে কৰ’না মহামাৰীয়ে কেবল জীৱনে কাঢ়ি নিয়াই নহয়, এতিয়া কোটি কোটি লোকক কৰ্মহীন কৰি…

এন ই নাও নিউজ · May 1, 2020 7:37 am
অসম

বাহিৰত আবদ্ধ অসমৰ লোকক ঘূৰাই অনাৰ বাবে সমিতি গঠন

লকডাউনৰ বাবে অসমৰ বাহিৰত আবদ্ধ লোকসকলক পৰ্য্যায়ক্ৰমে ৰাজ্যলৈ ঘূৰাই অনাৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙৰ অধ্যক্ষতাত এখন সমিতি গঠন…

কল্পজ্যোতি শইকীয়া · April 30, 2020 11:05 pm
অসম

অসমত আৰু এজন ক’ভিড-১৯ আক্ৰান্ত, দিনটোত চিনাক্ত ৫

আৰু এজন ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে অসমত বুধবাৰে সন্ধিয়া চিনাক্ত হৈছে। কৰিমগঞ্জৰ এই ব্যক্তিগৰাকী নিজামুদ্দিন মাৰ্কাজলৈ যোৱা লোকৰ পৰোক্ষ সম্পৰ্কলৈ আহিছিল। ইয়াকে ধৰি…

কল্পজ্যোতি শইকীয়া · April 30, 2020 9:54 pm
অসম

ইবোলাৰ দৰৱত ধ্বংস হৈছে কৰ’না! মাৰ্কিন বিজ্ঞানীৰ দাবীত বিশ্বত আশাৰ সঞ্চাৰ

কৰ’না ভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত মাৰ্কিন বিজ্ঞানীসকলে নতুন দিশৰ সন্ধান দিছে। কৰ’নাৰ বিৰুদ্ধে এন্টিভাইৰেল দৰৱ ৰেমছিডিছিভিৰ(Remdesivir) প্ৰয়োগত সুফল লাভ কৰা বুলি দাবী কৰিছে…

এন ই নাও নিউজ · April 30, 2020 5:25 pm
অসম

সাৱধান! কোনো কোভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ বঙাইগাওঁৰ চাৰিগৰাকী লোকৰ দেহলৈ এই মাৰাত্মক ভাইৰাচ আহিল কেনেকৈ?

কোনো কোভিড ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ বঙাইগাওঁৰ চাৰিগৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিদ-১৯ পজিটিভ ভাইৰাচ। বঙাইগাওঁ অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ পাছতে এই কথা…

কল্পজ্যোতি শইকীয়া · April 30, 2020 4:14 pm
Popular Stories

অসমত আৰু চাৰিজন কোবিড-১৯ পজিটিভ; মুঠ ৪১ জনলৈ বৃদ্ধি পালে ক’ৰ’নাক্ৰান্তৰ সংখ্যা

অসমত আজিৰ দিনটোতে চাৰিটাকৈ কোভিড-১৯ পজিটিভ ঘটনা পোহৰলৈ আহিছে। বঙাইগাঁও জিলাত চাৰিগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে। টুইটাৰযোগে এই…

এন ই নাও নিউজ · April 30, 2020 2:19 pm
অসম

বোকাখাতৰ তিনিজন দিল্লীত ক’ভিড-১৯ আক্ৰান্ত

বোকাখাতৰ ম’হমাইকী গাঁৱৰ পৰা দিল্লীলৈ চিকিৎসাৰ বাবে গৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা দম্পতিহালৰ লগত যোৱা একেখন গাঁৱৰে যুৱক এজনৰ শৰীৰতো ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা…

উত্তম শইকীয়া · April 29, 2020 9:50 pm
Popular Stories

বঙাইগাওঁৰ ১৬ বছৰীয়া কিশোৰীৰ দেহত ২৮ দিনৰ পৰিৱৰ্তে ৩৬ দিনত ধৰা পৰিল ক’ৰ’না ভাইৰাছৰ উপস্থিতি

কালি বঙাইগাঁও জিলাৰ ১৬ বছৰীয়া কিশোৰীগৰাকী কোভিড-১৯ পভিটিভ ধৰা পৰাৰ লগতে গোৱালপাৰাৰ এজন বৃদ্ধ লোকৰ দেহতো এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। বঙাইগাঁও…

কল্পজ্যোতি শইকীয়া · April 29, 2020 5:53 pm
Popular Stories

ল’কডাউনৰ মাজতে কেদাৰনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদীৰ হৈ আজি সম্পন্ন কৰা হয় পূজা

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’নাই নৰ সংহাৰীৰূপ ধাৰণ কৰিছে। ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত বৰ্তমানেও অব্যাহত আছে ল’কডাউন। তেনে সময়তে আজি পূজা সম্পন্ন…

এন ই নাও নিউজ · April 29, 2020 3:18 pm