Tag: COVID-19
কৰোনাতংক : ভাৰতক সহায় কৰিবলৈ অনুৰাগীক আহ্বান হলিউদৰ জনপ্ৰিয় অভিনেত্ৰী জেনিফাৰসহ অন্য চেলিব্ৰেটিৰ
হলিউদৰ বিখ্যাত অভিনেত্ৰী জেনিফাৰ আষ্টিনে তেওঁৰ অনুৰাগীসকলক কৰোনা সংক্ৰমণে আতংকৰ সৃষ্টি কৰা ভাৰতক সহায় কৰিবলৈ আহ্বান জনাইছে। নিজৰ ইনষ্টাগ্ৰামৰ কেবাটাও ষ্টৰীৰ মেচেজৰ…
অপ্ৰতিৰোধ্য কৰোনা : যোৱা দুটা দিনত ডিব্ৰুগড়ত ৬৯৭ গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত
প্ৰতিদিনে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অপ্ৰতিৰোধ্য গতিত কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। যোৱা দুটা দিনত কেৱল ডিব্ৰুগড়তে প্ৰায় ৭০০ গৰাকী লোক কৰোনা…
শিৱসাগৰত দৈনিক বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা; পুনৰ এগৰাকী আক্ৰান্ত মহিলাৰ মৃত্যু
শিৱসাগৰত দৈনিক বৃদ্ধি পাই আছে কোভিড আক্ৰান্তৰ সংখ্যা। প্ৰশাসনে কৰোনা সংক্ৰমণ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰোধ কৰিব পৰা নাই…
কেৱল মানৱ শৰীৰতে নহয়, জন্তুৰ শৰীৰতো কৰোনাৰ সংক্ৰমণ : কেবাটাও সিংহ আক্ৰান্ত; ক’ত?
দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বন্য জন্তুৰ শৰীৰতো ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি…
গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৫ বছৰৰ সাংবাদিকক প্ৰদান কৰা হ’ব ক’ভিড-১৯ৰ ভেকচিন
অসমৰ সাংবাদিকক কোভিডৰ প্ৰথমশাৰীৰ যুদ্ধা হিচাপে ঘোষণা কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এইদৰে কোৱা হৈছে। গুৱাহাটী…
ৰাজ্যত নতুন কোভিড নীতি নিৰ্দেশনা : কাইলৈ পৰা বলৱৎ হ’বলগীয়া নিৰ্দেশনাত কি কি আছে ? জানিবলৈ পঢ়ক…
ৰাজ্যত কৰোনাৰ ক্ৰমবৰ্ধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নতুন কোভিড নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য প্রশাসনে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই আজি সংবাদ…
কৰোনাতংক : ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা স্থগিত
ৰাজ্যত ক্ৰমবৰ্ধান গতিত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা স্থগিত ৰাখিছে।…
কোভিডত আক্ৰান্ত হৈ বাংগালুৰুত বোকাখাতৰ যুৱকৰ মৃত্যু
বাংগালুৰুত আজি কোভিড সংক্ৰমনত মৃত্যু হয় বোকাখাতৰ এজন যুৱকৰ। বোকাখাতৰ সেউজীপাৰৰ অঞ্জন বৰুৱা নামৰ যুৱকজনৰ শৰীৰত বাংগালোৰতেই যোৱা ২৮ এপ্ৰিলত কোভিড সংক্ৰমণ…
পুনৰ অক্সিজেনৰ অভাৱত মৃত্যু ৮ গৰাকী কৰোনাক্ৰান্তৰ : হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি আত্মীয়ৰ
অক্সিজেনৰ অভাৱত পুনৰ ৮ গৰাকী কৰোনাক্ৰান্তৰ মৃত্যু হৈছে দিল্লীত। শনিবাৰে মৃত্যু হোৱা কৰোনাক্ৰান্তসকলৰ বয়স ৪০ৰ পৰা ৭৫ বছৰৰ ভিতৰত হ’ব বুলি জানিব…
‘আগ্ৰাসী লকডাউনেহে দেশত দ্বিতীয় ঢৌৰ কৰোনাক প্ৰতিহত কৰিব পাৰিব’, কোনে এই বিশেষ মন্তব্য কৰিলে?
দেশত কৰোনাৰ দ্বিতীয় লহৰে আতংকৰ সৃষ্টি কৰাৰ সময়তে লকডাউনৰ সম্ভাৱনাই সততে জনতাৰ মাজত চৰ্চা লাভ কৰি আহিছে। প্ৰশ্নৰ উদ্ৰেক হৈছে, দেশত কৰোনা…