NORTHEAST NOW (Assamese)

Tag: COVID-19

অসম

অসমত আৰু ছগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১২১লৈ বৃদ্ধি

ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত বুধবাৰে প্ৰাণ হেৰুৱাইছে। মৃত্যু হোৱা লোককেইগৰাকী হৈছে–  কামৰূপ মহানগৰৰ ৰমেশ চন্দ্ৰ মেধি (৮১), ডিব্ৰুগড়ৰ ৰাম কুমাৰ মাহাত’ (৫৮)…

এন ই নাও নিউজ · August 5, 2020 8:13 pm
অসম

ভূমি পূজনৰ দিনাই ক’ৰ’ণাত আক্ৰান্ত যোগী মন্ত্ৰী সভাৰ আইন মন্ত্ৰী

আজিৰ দিনটো কেৱল উত্তৰ প্ৰদেশৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেই এক উল্লেখযোগ্য দিন। কাৰণ সুদীৰ্ঘ ৫০০ বছৰৰ অপেক্ষাৰ অন্তত অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

এন ই নাও নিউজ · August 5, 2020 4:34 pm
অসম

ONGCৰ দায়িত্বহীনতা : ক’ৰ’নাত আক্ৰান্ত E-1400-1 নম্বৰ ৰিগত কৰ্মৰত আৰু ৬ কৰ্মচাৰী

শিৱসাগৰত অ’এনজিচি কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই E-1400-1 নম্বৰৰ ৰিগত কৰ্মৰত আৰু ছয়জন কৰ্মচাৰীৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ। অ’এনজিচি কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই শিৱসাগৰ…

পাৰ্শ্বজ্যোতি গগৈ · August 5, 2020 7:02 am
অসম

জন্ম হৈয়ে ২০ মিনিটলৈকে তেজেৰে তুমৰলি হৈ কোভিড ৱাৰ্ডত পৰি থাকিল এটি নৱজাতক

এগৰাকী কোভিড পজিটিভ  প্ৰসুতিয়ে সন্তান প্ৰসৱ কৰাৰ পিছতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডৰ এক অভাৱনীয় কাণ্ড পোহৰলৈ আহিছে৷ কোভিড ৱাৰ্ডত থকা…

কাজী জেইদুল ইছলাম · August 5, 2020 6:35 am
অসম

অসমত ২৮৮৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৪.৮৬%

২৮৮৬গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। এইসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫৫০, কামৰূপৰ ২৯৪, নগাঁৱৰ ২১৩ আৰু ডিব্ৰুগড়ৰ ২০১গৰাকী। অৱশ্যে…

এন ই নাও নিউজ · August 4, 2020 11:18 pm
অসম

অসমত আৰু ছগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১১৫লৈ বৃদ্ধি

আৰু ছগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত মঙলবাৰে প্ৰাণ হেৰুৱাইছে। মৃত্যু হোৱা লোককেইগৰাকী হৈছে— যোৰহাটৰ শ্ৰাধনা সৰকাৰ (৭২), তিনিচুকীয়াৰ প্ৰণৱ শইকীয়া (৪৩) আৰু আৰতী…

এন ই নাও নিউজ · August 4, 2020 10:19 pm
অসম

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ক’ভিড পজিটিভ, চিকিৎসালয়ত ভৰ্তি

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান মঙলবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু তেওঁক গুৰুগ্ৰামৰ মেডান্তা হস্পিটেলত ভৰ্তি কৰোৱা…

এন ই নাও নিউজ · August 4, 2020 8:08 pm
অসম

কৰ’না আক্ৰান্ত প্ৰতি এহাজাৰ ৰোগীৰ ভিতৰত ৬জনে হেৰুৱাইছে প্ৰাণ: বিশ্ব স্বাস্থ্য সংস্থা

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য মহামাৰী বিশেষজ্ঞই জানিবলৈ দিয়া মতে কৰ’না আক্ৰান্ত লোকৰ মাজত মৃত্যুৰ হাৰ ০.৬শতাংশ। মহামাৰী বিশেষজ্ঞ ডাঃ মাৰিয়া বেন কেৰখোৱে…

এন ই নাও নিউজ · August 4, 2020 12:29 pm
অসম

পানীতেই মৃত্যু কৰ’না ভাইৰাছৰ! এইবাৰ চাঞ্চল্যকৰ দাবী ৰাছিয়াৰ বিজ্ঞানীৰ

পানীৰ মাজত বেছিসময় বাছি থাকিব নোৱাৰে কৰ’না ভাইৰাছ। ইমানদিনে কৈ অহা ধাৰণাক প্ৰায় নস্যাৎ কৰি এনে চাঞ্চল্যকৰ দাবী কৰিছে ৰাছিয়াৰ বিজ্ঞানীয়ে। ৰাছিয়াৰ…

এন ই নাও নিউজ · August 4, 2020 10:05 am
অসম

ৰাজ্যত নতুনকৈ ২৩৭১গৰাকী ক’ভিড-১৯ পজিটিভ; মৃতকৰ সংখ্যা ১০৯গৰাকীলৈ বৃদ্ধি

অসমত সোমবাৰে নতুনকৈ ২৩৭১গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰৰ ৪১৪গৰাকী, ডিব্ৰুগড়ৰ ২৮২গৰাকী, নগাঁওৰ ২৫১গৰাকী আৰু কামৰূপ গ্ৰাম্য জিলাৰ…

এন ই নাও নিউজ · August 4, 2020 6:45 am