অসম হ্ৰাস পাইছে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ; ডেৰ বছৰৰ ভিতৰত সৰ্বোচ্চ সুস্থতাৰ হাৰ
উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়তে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ সমান্তৰালকৈ সুস্থতাৰ হাৰে আশাৰ পোহৰ দেখুৱাইছে। শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ…
এন ই নাও নিউজ, গুৱাহাটী · September 25, 2021 11:41 am