NORTHEAST NOW (Assamese)

Tag: COVID19

Popular Stories

১৯,০০০ নিৰ্মাণ শ্ৰমিকলৈ গোৱা চৰকাৰৰ সাহায্য পেকেজ ঘোষণা; অসমত কেতিয়া?

দেশৰ এখন পিছত সিখন ৰাজ্যই সংগঠিত আৰু অসংগঠিত শ্ৰমিকৰ লগতে দৈনিক আয়ৰ ওপৰত জীৱন নিৰ্বাহ কৰা লোকসকলৰ বাবে বিশেষ সাহায্য ঘোষণা কৰি…

এন ই নাও নিউজ · March 28, 2020 7:32 pm
Popular Stories

নাজিৰাত ল’কডাউন অমান্য কৰা ছজন ব্যক্তিক আটক কৰি জে’ললৈ প্ৰেৰণ

আজি ল’কডাউনৰ চতুৰ্থটো দিনত নাজিৰাত প্ৰশাসনৰ নিয়ম উলংঘা কৰা ছজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰে। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে…

পার্শ্বজোতি গগৈ · March 28, 2020 7:15 pm
অসম

কৰ’নাভাইৰাছ: টাটা ট্ৰাষ্টে আগবঢ়াব ৫০০ কোটি টকা

টাটা ট্ৰাষ্টে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৫০০ কোটি টকা আগবঢ়াব। COVID19ক কঠিনতম প্ৰত্যাহ্বান বুলি উল্লেখ কৰি টাটা ট্ৰাষ্টৰ সঞ্চালক ৰতন টাটাই কয়…

এন ই নাও নিউজ · March 28, 2020 7:03 pm
Popular Stories

আশাৰ ৰেঙনি, কিছুদিনৰ পিছতে কমিব ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ! গৱেষকৰ দাবী

ইতিমধ্যে দেশত ৮৭৩ জন লোক মাৰাত্মক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ১৯ জন আক্ৰান্তৰ মত্যু ঘটিছে। ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত…

এন ই নাও নিউজ · March 28, 2020 6:21 pm
অসম

কৰ’নাভাইৰাছ: ডিব্ৰুগড়ত দুমাহৰ ভিতৰত নিৰ্মাণ হ’ব ৩০০ বিচনাযুক্ত বিশেষ চিকিৎসালয়

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে ডিব্ৰুগড়ত কেৱল কৰ’নাভাইৰাছ আক্ৰান্তৰ চিকিৎসাৰ বাবে অহা দুমাহৰ ভিতৰত এখন ৩০০ খন বিচনাযুক্ত…

অভীক চক্ৰবৰ্তী · March 28, 2020 5:53 pm
Popular Stories

‘শ্ৰমিকসকল দেশৰ ৰাজহাড়, অনুগ্ৰহ কৰি তেওঁলোকক সহায় কৰক’, প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ এটা টুইটে সমগ্ৰ দেশতে ব্যাপক চৰ্চা হোৱা হোৱা দেখা গৈছে। উত্তৰ প্ৰদেশ কংগ্ৰেছে হিন্দী ভাষাত লিখা উক্ত টুইটো…

এন ই নাও নিউজ · March 28, 2020 5:04 pm
অসম

দেশত কৰ’নাভাইৰাছ আক্ৰান্ত ৮৭৩লৈ বৃদ্ধি, সৰ্বাধিক মহাৰাষ্ট্ৰত

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৮৭৩লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক। কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ১৯ গৰাকী লোক মৃত্যুমুখত…

এন ই নাও নিউজ · March 28, 2020 4:56 pm
Popular Stories

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সাৰিবলৈ সুৰাপান; ৪৮০ জনৰ মৃত্যু, ২৮৫০ জন অসুস্থ

সমগ্ৰ বিশ্বতে ক’ৰ’নাতংকই বিৰাজ কৰি থকাৰ সময়তে কিছুমান ভুৱা প্ৰচাৰৰ দ্বাৰা প্ৰলোভিত হৈ বহু মানুহে জীৱনৈ মৰণ মাতি আনিছে। তেনে এক হৃদয়বিদাৰক…

এন ই নাও নিউজ · March 28, 2020 3:50 pm
অসম

টীয়ক চাহ বাগিচাৰ শ্ৰমিকক বিনামূলীয়া মাস্ক যোগান বাগিচা কৰ্তৃপক্ষৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আজি যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ কৰ্তৃপক্ষই বাগিচাখনৰ শ্ৰমিকসকলক বিনামূলীয়া মাস্ক যোগান ধৰে। প্ৰতি ঘৰ শ্ৰমিক…

নিৰ্মলেন্দু পাঠক · March 28, 2020 3:38 pm
অসম

কৰ’না ভাইৰাছ বিয়পাবলৈ ছচিয়েল মিডিয়াত প’ষ্ট দি গ্ৰেপ্তাৰ হ’ল ইনফ’ছিছৰ কৰ্মচাৰী

বাংগালুৰু আৰক্ষীয়ে শুকুৰবাৰে জনসাধাৰণক মুকলিলৈ আহি হাঁচিয়াই নভেল কৰ’না ভাইৰাছ বিয়পাই দিবলৈ আহ্বান জনোৱাৰ বাবে ইনফ’ছিছৰ এগৰাকী অভিযন্তাক গ্ৰেপ্তাৰ কৰিছে। মুজিব মহম্মদ…

এন ই নাও নিউজ · March 28, 2020 2:32 pm