Tag: COVID_19
ক’ৰ’নাৰ বিস্ফোৰণ; দেশত আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন অভিলেখ
দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ…
ক’ৰ’নাত মৃত্যু ঘটিল কোকৰাঝাৰৰ এজন কনিষ্ঠ অভিযন্তাৰ
ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কোকৰাঝাৰ জিলাৰ জলসিঞ্চন বিভাগৰ এগৰাকী কনিষ্ঠ অভিযন্তাৰ মঙলবাৰে নিশা ২ মান বজাত মৃত্যু হয়। কোকৰাঝাৰৰ আৰ…
অক্সফ’ৰ্ডে লৈ আহিছে সুখবৰ; ক’ৰ’না ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণ সফলভাৱে সম্পন্ন
ক’ৰ’না ভাইৰাছ মহামাৰী নিয়ন্ত্ৰণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে বৃটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়েও ভেকচিনৰ সন্ধানত ক্ষিপ্ৰ গতিত কাম চলি আছে। ইয়াৰ মাজতে অক্সফোৰ্ড…
দেশত ৭ দিনত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৪,১২৭ জনৰ
ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ এতিয়াও ৰোধ হোৱা নাই।দেশত ৭ দিনত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে৪,১২৭ গৰাকী লোকৰ। শেহতীয়াকৈ দেশত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যাই…
গৱেষকৰ দাবী: তেজৰ জৰিয়তে ২০ মিনিটৰ ভিতৰতে সম্ভৱ হ’ব কৰ’নাৰ পৰীক্ষা!
বিশ্বত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে বিজ্ঞানীসকলে ভাইৰাছৰ নমুনা পৰীক্ষাৰ পৰা আৰম্ভ কৰি ভেকচিন আৱিষ্কাৰলৈকে বিভিন্ন গৱেষণাত ব্যস্ত…
গণ সংক্ৰমণত উদ্বিগ্ন কেৰালা; পুনৰ কঠোৰ লকডাউনৰ মাজলৈ ঘুৰি গৈছে ৰাজ্য
কৰ’না সংক্ৰমণ মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশ্বজুৰি প্ৰশংসা লাভ কৰা কেৰালাত নতুনকৈ আৰম্ভ হোৱা কৰ’না সংক্ৰমণৰ ঘটনাই ৰাজ্যখনক উদ্বিগ্ন…
অসম আৰক্ষীত ৭৭৮গৰাকীলৈ বৃদ্ধি কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা
অসম আৰক্ষীত এতিয়ালৈকে ৭৮৮গৰাকী কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত ৩৭৭ গৰাকীয়ে এতিয়ালৈ আৰোগ্য লাভ কৰিছে। আনহাতে, আক্ৰান্ত আৰক্ষীৰ লোকসকলক কোৱাৰেন্টাইনত ৰখা…
দেশত এতিয়াও কৰ’নামুক্ত এই অঞ্চলটোৰ কথা জানেনে?
গোটেই বিশ্বকে অস্থিৰ কৰি ৰখা নভেল কৰ’না ভাইৰাছ এতিয়া এক আতংকৰ নাম। চীনত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণে এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে…
কৰ’নাত আক্ৰান্ত বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদৰ্শক দিপজ্যোতি ইংতি
কৰ’নাত আক্ৰান্ত হৈছে বশিষ্ঠ আৰক্ষী থানাৰ প্ৰথমজন আৰক্ষী বিষয়া ৷ বশিষ্ঠ থানাৰ উপ পৰিদৰ্শক দীপজ্যোতি ইংতি কোভিড-১৯ত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে দিনৰ ভাগত…
মই এজন কৰ’না ৰোগী; এতিয়া হোম কোৱাৰেন্টাইনত, মোক খাদ্য দিয়ক
সদায় অন্যৰ বাবেই মাত মাতি আহিছিলো আজি নিজৰ বাবে মাত মাতিবলৈ পৰিস্থিতিয়ে বাধ্য কৰিছে। এটা সময় আছিল, কৰ’নাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যুঁজখনত…