অসম উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ হ’ল হিমন্তৰ বৃক্ষধ্বংসৰ অভিযান ; আমবাৰী-দীঘলীপুখুৰীৰ আৰু এডালো গছত দিব নোৱাৰিব হাত
মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ পৰা ৭৭জোপা গছ স্থানান্তৰকৰণ সন্দৰ্ভত অসম চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, চৰকাৰে গোপীনাথ…
নৰ্থ-ইষ্ট নাও, গুৱাহাটী · June 24, 2025 8:12 pm