NORTHEAST NOW (Assamese)

Tag: নিৰ্বাচন ২০১৯

অসম

ৰাজ্যৰ ৰাজনীতিত পৰিয়ালকেন্দ্ৰিক পৰম্পৰা অব্যাহত ৰাখি বিজেপিত যোগদান কৰিলে ৰঞ্জিত দাসৰ কন্যাই

ৰাজ্য আৰু দেশৰ ৰাজনীতিত পৰিয়ালকেন্দ্ৰিক পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি বিজেপিত আনুষ্ঠানিকভাবে যোগদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসৰ…

এন ই নাও নিউজ · April 19, 2019 3:54 pm
অসম

গাত শেষ টোপাল তেজ থকালৈকে যুঁজ দিম, বিটিচি চুক্তি ভংগ হ’ব লাগিব : নৱ শৰণীয়া

‘’মোৰ দিনত অসমক আৰু ভাগ ভাগ কৰিবলৈ দিয়া নহ’ব। গাত শেষ টোপাল তেজ থকালৈকে যুঁজ দিম। পৃথক বড়েলেণ্ড নালাগে, বিটিচি চুক্তি ভংগ…

কল্পজ্যোতি শইকীয়া · April 19, 2019 1:23 pm
অসম

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী

লোকসভাৰ প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পাছত অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে হ’ব অগ্নিপৰীক্ষা। অহা ২৩ এপ্ৰিলত…

ৰাজেন শৰ্মা · April 19, 2019 11:45 am
অসম

অসমত লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৭.৬৭ শতাংশ ভোটদান

অসমত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হৈছে  ৭৭.৬৭ শতাংশ। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত পাঁচটা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বৃহস্পতিবাৰে অনুষ্ঠিত…

এন ই নাও নিউজ · April 19, 2019 8:27 am
অসম

ত্ৰিপুৰাৰ ৰাজকুমাৰে আৰক্ষী থানাৰ ভিতৰতে যুৱকক সোধালে প্ৰচণ্ড চৰ

ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি তথা ৰাজকুমাৰ প্ৰদ্যুৎ কিশোৰ মানিক্য দেববাৰ্মাই বৃহস্পতিবাৰে ত্ৰিপুৰাৰ খোৱাই আৰক্ষী থানাৰ ভিতৰতে এজন যুৱকক চৰিওৱা ভিডিঅ’ ৰাজহুৱা হৈ পৰাৰ…

পিনাকী দাস · April 18, 2019 11:34 pm
অসম

পুলৱামাৰ প্ৰসংগ উত্থাপনেৰে নিৰ্বাচনী বিধি উলংঘা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

“পুলৱামাত সেনাৰ ওপৰত হোৱা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ মোদীয়ে কেনেদৰে দিলে সেয়া সকলোৱে দেখা পালে। সেয়েহে সকলোৱে মোদীক ভোট দি জয়যুক্ত কৰিব লাগিব…

কল্পজ্যোতি শইকীয়া · April 18, 2019 10:23 pm
অৰুণাচল

অৰুণাচলত অপহৃত এনপিপি কৰ্মী, বিজেপি-এন এছ চি এন (কে)ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

অৰুণাচল প্ৰদেশৰ লংদিঙত দুজনকৈ এনপিপি সমৰ্থকক নাগা বিদ্ৰোহী সংগঠন “এন এছ চি এন-কে”ই অপহৰণ কৰাৰ অভিযোগ উঠিছে। নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ শাসকীয়…

মানস প্ৰতিম গগৈ · April 18, 2019 9:31 pm
অসম

কিয় ভোট নিদিলে মঙলদৈৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই?

বৃহস্পতিবাৰে দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হোৱা সমষ্টিকোইটাৰ এজন উল্লেখযোগ্য প্ৰাৰ্থী কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা। কিন্তু নিজে প্ৰাৰ্থী হৈয়ো ভোট নিদিলে জ্যেষ্ঠ ৰাজনীতিকজনে। মঙলদৈ সমষ্টিৰ…

অনিৰ্বাণ পাঠক · April 18, 2019 8:40 pm
অসম

টালি-টোপোলা বান্ধিবলৈ আৰু এগৰাকী বাংলাদেশী অভিনেতাক নিৰ্দেশ ভাৰত চৰকাৰৰ

ফাৰ্দৌছ আহমেদৰ পিছত আন এজন বাংলাদেশী অভিনেতা গাজি আব্দুন নুৰক ভাৰতৰ পৰা টালি-টোপোলা বান্ধিবলৈ নিৰ্দেশ দিয়া হৈছে। ক’লকাতাত এখন নিৰ্বাচনী সভাত ভাগ…

এন ই নাও নিউজ · April 18, 2019 8:05 pm
অসম

কেব’ৰ বিৰোধিতাৰে ভোটাধিকাৰ সাৱ্যস্ত নকৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

লোকসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰতাৰ বিৰোধিতা কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অৱশেষত গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰাৰ পৰা আঁ‌তৰি থাকিল। গণতান্ত্ৰিক শাসন…

মিণ্টু দাস · April 18, 2019 7:38 pm