Tag: EnvironmentalJustice
অসম
বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ
শিৱসাগৰ বনাঞ্চলৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত গেলেকী সংৰক্ষিত বনাঞ্চলৰ ২৮ হেক্টৰ বনাঞ্চলত অকৰ্তৃত্বশীলভাৱে নিৰ্মাণ আৰু বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ ডামচেৰা ইনাৰলাইন…
দেশ
আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও
ছত্তীশগড়ৰ ৰায়গড় জিলাৰ তামনাৰ তহচিলত আদানী গোটৰ কয়লা খননৰ প্ৰকল্পৰ বাবে প্ৰায় ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে…
অসম
পুঁজিপতিৰ চৰণ চুই খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উদ্যত চৰকাৰ! কুলশী নদীৰ বান্ধ নিৰ্মাণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
প্ৰস্তাৱিত কুলসী নদীৰ ৫৫ মেগাৱত জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাভা-গাৰো আদি জনজাতীয় লোকসকলে। উক্ত প্ৰকল্পটোৰ বাবে উকিয়ামৰ ৰাভা-গাৰো…
অৰুণাচল
অৰুণাচলত তীব্ৰতৰ হৈ পৰিছে নদীবান্ধ বিৰোধী আন্দোলন! প্ৰতিবাদৰ মাজতে বিদ্যুৎ উৎপাদনৰ বাবে সাজু এনএইচপিচি
অৰুণাচল প্ৰদেশৰ চিয়াং নদীত ভাৰত চৰকাৰে ১১ হাজাৰ মেগাৱটৰ বৃহৎ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ পৰিকল্পনাৰ বিৰুদ্ধে স্থানীয় বাসিন্দা আৰু সংগঠনে তীব্র প্রতিবাদ গঢ়ি…