আন্ত: ৰাষ্ট্ৰীয় আই এম এফৰ দাবী! নীতি আয়োগে ভাৰতক চতুৰ্থ বৃহত্তম অৰ্থনীতি বুলি কৰা দাবী ‘অবাস্তৱ’
নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুব্ৰমণিয়ামে শনিবাৰে দাবী কৰে যে ভাৰতে ইতিমধ্যে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে…
এন ই নাও নিউজ, গুৱাহাটী · May 27, 2025 3:38 pm