অসম হিন্দু বঙালীক ‘বিজেপিৰ ভোটাৰ’ কৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত চৰকাৰে : মীৰা বৰঠাকুৰ
অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক বিভিন্ন কৌশলেৰে ঠগ-প্ৰৱঞ্চনা কৰা বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে অসমৰ…
নৰ্থ-ইষ্ট নাও, গুৱাহাটী · June 23, 2025 2:46 pm