অসম কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো
কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত সংঘটিত হৈছে বিস্ফোৰণ। এই খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় ভাৰতীয় নৌসেনা। ঘটনাস্থলীত উপস্থিত হয় ভাৰতীয়…
এন ই নাও নিউজ, গুৱাহাটী · June 9, 2025 6:29 pm