অসম হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি মহাভাৰতৰ ‘ভীম’ প্ৰবীণ কুমাৰ ছবতিৰ
মহাকাব্য মহাভাৰতৰ ওপৰত নিৰ্মিত জনপ্ৰিয় টিভি ধাৰাবাহিক ‘মহাভাৰত’ৰ ‘ভীম’ প্ৰবীণ কুমাৰ ছবতিৰ পৰলোক প্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫বছৰ। সোমবাৰে…
এন ই নাও নিউজ, গুৱাহাটী · February 8, 2022 12:11 pm