উত্তৰ-পূব মণিপুৰত অশান্তিৰ মাজতে চৰকাৰ গঠনৰ দাবী এনডিএৰ বিধায়কসকলৰ
মণিপুৰৰ দহজন বিধায়কে ইম্ফলত ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ অৱসান ঘটাই চৰকাৰ গঠনৰ দাবী জনাইছে। ৬০ জনীয়া বিধানসভাৰ…
এন ই নাও নিউজ, গুৱাহাটী · May 29, 2025 12:31 pm