NORTHEAST NOW (Assamese)

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

June 26, 2025 1:08 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীবাসীলৈ  সুখবৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই সুখবৰ দিলে গুৱাহাটীবাসীক।

৬ জুলাইত মুকলি হব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ।

সামাজিক মাধ্যম এক্সযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰে এই খবৰ।

উৰণ সেতুখন মুকলিৰ পাছতে GS ROADত হ্ৰাস পাব যানজঁটৰ সমস্যা।

আনফালে ৰুক্মিণীগাঁৱৰ হোৱাৰ কৃত্ৰিম বানৰ সময়তো যাতায়াত কিছু পৰিমাণে গুৱাহাটীবাসীয়ে কিছু সকাহ পাব বুলি আশা ব্যক্ত কৰা হৈছে ।

Related News