NORTHEAST NOW (Assamese)

আৰক্ষীৰ পিছত কলিয়াবৰৰ ৰাজপথত এনফৰ্চমেন্টৰ অভিযান সুৰাপায়ীৰ বিৰুদ্ধে

December 31, 2021 7:18 pm · ৰিদিপ শৰ্মা, কলিয়াবৰ

পুৰণি বৰ্ষক বিদায় আৰু নৱবৰ্ষক আদৰিবলৈ কলিয়াবৰৰ ৰাজপথত নিশা এনফৰ্চমেন্ট ডিপাৰ্টমেণ্ট।

আৰক্ষীৰ পিছত কলিয়াবৰৰ ৰাজপথত এনফৰ্চমেন্টৰ অভিযান সুৰাপায়ীৰ বিৰুদ্ধে।

পথচাৰী, চালক-যাত্ৰীক পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে উজনি-নামনিৰ মধ্যস্থল সদাব্যস্ত কলিয়াবৰ তিনিআলিত নিশা ব্যস্ত হ’ল এনফৰ্চমেন্ট।

কুঁৱলী আৰু শীতকো নেওচি পথ দূৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰাজপথত ব্যস্ত হোৱা দেখা গ’ল বিভাগটোক।

পৰিবহন আইন উলংঘাকাৰী সুৰাপান কৰা চালকৰ বিৰুদ্ধে কলিয়াবৰ তিনিআলিৰ ৰাজপথত কঠোৰ হ’ল এনফৰ্চমেন্ট ডিপাৰ্টমেণ্ট।

নিয়ম ভংগকাৰী আৰু সুৰাপায়ীসকলক থিতাতে জৰিমনা বিহি শাস্তি প্ৰদান কৰে বিভাগটোৱে।

Related News