NORTHEAST NOW (Assamese)
Popular Stories

বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীক গোপনে পুতি থোৱাৰ অভিযোগত গ্ৰেপ্তাৰ NRLৰ দুই বিষয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 24, 2024 8:16 pm

NRLৰ দুগৰাকী বিষয়াক গ্রেপ্তাৰ গোলাঘাট বন বিভাগৰ। মুখ্য প্রবন্ধক উজ্জ্বল নয়ন সন্দিকৈক গ্রেপ্তাৰ। তেল শোধনাগাৰৰ নগৰাঞ্চলৰ মুখ্য প্রবন্ধক উজ্জ্বল নয়ন সন্দিকৈলগতে গ্রেপ্তাৰ প্রবন্ধক বেদাঙ্গ কাশ্যপক।

এন আৰ এলৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা এটা বনৰীয়া হাতীক গোপনে পুতি থোৱা ঘটনাৰ সৈতে জড়িত এই দুই বিষয়া।

বিভিন্ন দল সংগঠন আৰু পৰিবেশ কৰ্মীৰ প্ৰতিবাদ,সমালোচনাৰ অন্তত দুই বিষয়াক অৱশেষত গ্ৰেপ্তাৰ কৰিলে গোলাঘাট বন বিভাগে।