NORTHEAST NOW (Assamese)
Popular Stories

ধিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ, মুখত ক’লা কাপোৰ বান্ধি আক্ৰমণ দুর্বৃত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 27, 2025 6:45 pm

ধিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ৷

নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ৷ মুখত কলা কাপোৰ বান্ধি ৰডেৰে আক্ৰমণ দুৰ্বৃত্তৰ৷

সাংসদজনৰ লগত আছিল বিধায়িকা শিৱামণি বৰা মুখত ক‘লা কাপোৰ বান্ধি আক্ৰমণ দুর্বৃত্তৰ।

ডুমডুমীয়াৰ নতুন বজাৰত এই ঘটনা সংঘটিত হৈছে এই ঘটনা।