NORTHEAST NOW (Assamese)

পাৰ্থত বিৰাট কোহলীৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত ৩০ সংখ্যক দৃষ্টিনন্দন শতক

November 24, 2024 3:19 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 24, 2024 3:33 pm

পাৰ্থত চলি থকা ভাৰত বনাম অষ্ট্ৰেলিয়াৰ প্ৰথম টেষ্ট মেচত ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টেষ্ট শতক অৰ্জন কৰি সমালোচকক নীৰৱ কৰিলে বিৰাট কোহলীয়ে।

এই শতকটোৱে কোহলীৰ বিখ্যাত কেৰিয়াৰৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে, কিয়নো ইয়াৰ দ্বাৰা তেওঁ টেষ্ট ক্ৰিকেটৰ ইতিহাসত ৩০সংখ্যক শতক অৰ্জন কৰা মাত্ৰ সপ্তমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

Related News