NORTHEAST NOW (Assamese)
Popular Stories

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2025 1:42 pm
জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সময়সূচীঃ অনুৰাগীয়ে কেতিয়া জনাব পাৰিব অন্তিম শ্ৰদ্ধাঞ্জলি?

আজি নিশা ১১ বজাত দিল্লী পাব শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ।

পুৱতি নিশা পাবহি গুৱাহাটী আহি পাব জুবিনৰ দেহ।

এঘণ্টাৰ বাবে ৰখা হ‘ব কাহিলিপাৰৰ ঘৰত ৰখা হ’ব শিল্পীজনৰ নশ্বৰ দেহ।তাত কেৱল পৰিয়ালৰ লোকেহে শ্রদ্ধাঞ্জলি জনাব পাৰিব।

২১ ছেপ্টেম্বৰৰ পুৱা ৬-৭ বজাত সৰুসজাইলৈ নিয়া হ‘ব জুবিনৰ নশ্বৰ দেহ।

সৰুসজাইত অনুৰাগীৰ বাবে শ্রদ্ধাঞ্জলি অনুষ্ঠান কৰা হ’ব।

জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিন, সময়, স্থান পৰিয়াল, দল-সংগঠনৰ সিদ্ধামর্মে লোৱা হ’ব।