• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলকাতাত মাৰ্কিন কনচুল জেনেৰেল হিচাবে যোগদান মেলিণ্ডা পাভেকৰ, চোৱা-চিতা কৰিব উত্তৰ-পূৰ্বাঞ্চলো

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2021 5:35 pm
Melinda_Pavek_
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাস্থিত মাৰ্কিন কনচুল জেনেৰেলৰ কাৰ্যালয়ত কনচুল জেনেৰেল হিচাবে যোগদান কৰিলে মেলিণ্ডা পাভেকে।

মাৰ্কিন কনচুল জেনেৰেল পাট্টি হফমেনৰ ঠাইত মেলিণ্ডাই কাৰ্যভাৰ গ্ৰহণ কৰিছে।

ভাৰত-মাৰ্কিন সম্পৰ্ক ক্ৰমাৎ উন্নত হৈ অহাৰ সময়তে কলকাতাৰ মাৰ্কিন কনচুল জেনেৰেলৰ কাৰ্যালয়ত মেলিণ্ডাৰ যোগদানে বিশেষ আশাৰ বতৰা কঢ়িয়াই আনিছে।

উল্লেখ্য কলকাতাৰ কনচুল জেনেৰেলৰ কাৰ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ সাত খন ৰাজ্যৰ লগতে পশ্চিমবংগ,ঝাৰখণ্ড,ছিকিম, বিহাৰ আদি ৰাজ্য সামৰি লয়।

এই ৰাজ্য কেই খনৰ খা-খবৰ আদি কলকাতাত থকা মাৰ্কিন কনচুল জেনেৰেলৰ কাৰ্যালয়ৰ পৰাই ৱাশ্বিংটনে লাভ কৰে।

নতুন কনচুল জেনেৰেল হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই মেলিণ্ডাই কয় ‘ মই এই দায়িত্ব গ্ৰহণ কৰাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে পূব ভাৰতৰ কেইবাখনো ৰাজ্যক আমেৰিকাৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছো’।

এই অঞ্চল সমূহৰ সাধাৰণ জনতাক সাক্ষাত কৰি তেওঁ তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা চলাব বুলিও মেলিণ্ডাই কয়।

কলকাতাত মাৰ্কিন কনচুল জেনেৰেল হিচাবে যোগদান কৰাৰ পূৰ্বে মেলিণ্ডাই টকিঅ’ৰ মাৰ্কিন দূতাবাসত কৰ্মৰত আছিল।

তেওঁ পাকিস্তানস্থিত মাৰ্কিন দূতাবাসতো কাম কৰিছিল।

মাৰ্কিন চৰকাৰৰ হৈ তেওঁ নেপালৰ কাঠমাণ্ডু,ইৰাকৰ বাগদাদ,পাকিস্তানৰ লাহোৰ আদি স্থানতো সেৱা আগবঢ়াইছিল।

২০০৪ চনত তেওঁ আমেৰিকাৰ গৃহ বিভাগত যোগদান কৰিছিল।

তেওঁ ইলিয়নছৰ অগষ্টানা কলেজৰ পৰা ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু এছিয়ান ষ্টাডিজ বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত মিনেচটা বিশ্ববিদ্যালয়ৰ পৰা এমবিএ ডিগ্ৰী গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd