DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 10, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Road accident at Nagrijuli, নাগ্ৰীজুলিত ভয়াবহ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক, গুৰুতৰভাৱে আহত আন এজন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 13, 2021 11:36 am
Road accident at Nagrijuli

ফটো: নৰ্থইষ্ট নাও।

557
VIEWS
Share on FacebookShare on Twitter

Road accident at Nagrijuli, বাক্সাৰ নাগ্ৰীজুলিত দেওবাৰে সন্ধিয়া প্রায় ৬-৩০ বজাত সংঘটিত এক ভয়াবহ মটৰ চাইকেল দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগত আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

Road accident at Nagrijuli, নিহত যুৱকজন হৈছে তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটাৰ বাহবাৰী গাঁওৰ ২৯ বছৰীয়া ভৈৰ কিচকু।

আনহাতে, গুৰুতৰভাৱে আহত যুৱকজন হৈছে কামৰূপ জিলাৰ কয়া থানাৰ অন্তৰ্গত বৰাহাটী গাঁওৰ প্ৰমোদ কলিতাৰ ২৮ বছৰীয়া পুত্ৰ নিতুমণি কলিতা।

ভৈৰ আৰু নিতুমণিয়ে এ এছ- ০১- ই জে- ৬৩০৪ নম্বৰৰ মটৰ চাইকেলেৰে নাগ্ৰীজুলিৰ পৰা তামুলপুৰৰ দিশত আহি আছিল।

তীব্ৰ বেগী মটৰ চাইকেলখনে বাল্টিনদীৰ দলং পাৰ হৈ কেঁকুৰী এটা পাৰ হ’বলৈ লওতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা ৰেলিংত প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত ভৈৰ কিচকু থিতাতে নিহত হয় আৰু নিতুমণি গুৰুতৰভাৱে আহত হয়।

দুৰ্গটনা সংঘটিত হোৱাৰ পাছতেই নাগ্ৰীজুলি আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ আনে।

গুৰুতৰভাৱে আহত নিতুমণিক নাগ্ৰীজুলিত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত সংকটজনক অৱস্থাত জিএমচিএইচ লৈ প্ৰেৰণ কৰে।

Also read : কেন্দ্ৰীয় আইন মন্ত্ৰী ৰিজিজুৰ পৰা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ নামকটাৰ ক্ষমতা বিচাৰিলে নিৰ্বাচন আয়োগে

উল্লেখ্য যে বাল্টিনদীৰ দলঙৰ কেঁকুৰিত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয়। ইতিমধ্যে বহু লোকে কেঁকুৰিত হোৱা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।

যোৱা ৭ ছেপ্টেম্বৰতো একেখিনি ঠাইতে সংঘটিত এক পথ দুৰ্ঘটনাত গোলক ৰাজবংশী নামৰ এজন নাগাৰা নামৰ পাঠকৰ মৃত্য হৈছিল।

Recent News

ৰাজ্যত আজি কিমানজন আক্ৰান্ত হ’ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত?

ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান; মৃত্যু কিমানৰ?

বৰপেটাৰ গৰেমাৰী পথাৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দা,জোংলৈ আক্ৰমণ, দুজন নিহত

বৰপেটাৰ গৰেমাৰী পথাৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দা,জোংলৈ আক্ৰমণ, দুজন নিহত

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত,সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা

বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত,সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা

LADAKH-1

অৰুণাচল সীমান্তত চীনা সেনাৰ প্ৰৱেশকলৈ উত্তেজনাৰ মাজতে কাইলৈ পুনৰ চীন-ভাৰতৰ আলোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd