• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ; মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল জাগুন

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
June 28, 2022 6:49 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে শ শ প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল সংযোগী অসম জাগুন ঘাটত এখন পকী দলং নিৰ্মাণৰ দাবীৰে জাগুনত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ টিৰাপ জাগুন আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ১৫ হাজাৰ জনবসতিপূৰ্ণ কথাচেমা, ৰামনগৰ, বালিবস্তি, চন্দপুৰ, কথা আদৰ্শ, কোলাপথাৰ গাৱৰ সৈতে জাগুন সংযোগী দলং এখন নোহোৱাৰ বাবে অঞ্চলবাসীয়ে জীয়াতু ভূগিব লগা হৈছে।

লগতে পঢ়ক: নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

অৱশ্যে উক্ত ঠাইডোখৰত এখন জাগুন- কথাচেমা সংযোগী কাঠৰ দলং চৰকাৰী নিবিদা(Tender)ৰ দ্বাৰা প্ৰতি বছৰে নিৰ্মাণ কৰা হয় যদিও অঞ্চলবাসীয়ে দলঙখন ব্যৱহাৰ কৰাৰ বিনিময়ত চৰকাৰে প্ৰতিজন বাটৰুৱা আৰু বিদ্যাৰ্থীৰ পৰা ১০টকাকৈ, বাইক চালকৰ পৰা ৫০টকা আৰু অন্যান্য গাড়ী চালকৰ পৰা ১০০টকাকৈ সংগ্ৰহ কৰি আহিছে বুলি জানিবলৈ দিয়াৰ লগতে বিকল্প পথ নথকাত অঞ্চলবাসীয়ে ধন দিবলৈ বাধ্য হয় বুলি অৱগত কৰিছে।

এনেদৰে মাছুল লৈ মাত্ৰ কেইদিন মানৰ আগতে এখন নাৱত এখন বাহন পাৰ কৰিবলৈ লোৱাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল যাৰ ফলত বাহনখনৰ চালক কিৰণ থাপাৰ মৃতদেহ তিনি দিনৰ পাছত বুঢ়ীদিহিং নদীত উদ্ধাৰ হৈছিল।

ইপিনে ছাত্ৰমুক্তিৰ টিৰাপ জাগুন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে বিগত কংগ্ৰেছ চৰকাৰৰ দিনতেই হওক বা বিজেপি চৰকাৰৰ দিনতেই হওক উক্ত স্থানত অঞ্চলবাসীৰ স্বাৰ্থত এখন দলঙৰ প্ৰয়োজনীয়তা অনুভৱ কৰি বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি চৰকাৰক অৱগত কৰি আহিছে যদিও আজিকোপতি  প্ৰতিখন চৰকাৰেই ৰাইজৰ এই দাবীক নস্যাৎ কৰি অহাৰ অভিযোগ তুলিছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে। যাৰ ফলত সোমবাৰে পুনৰ জাগুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পুনৰ মাৰ্ঘেৰিটা মহকুমাধিপতিক বিষয়টোৰ সন্দৰ্ভত অৱগত কৰি অতি শীঘ্ৰেই জাগুন -কথাচেমা সংযোগী পকী দলং নিৰ্মাণৰ দাবী জনায়।

লগতে পঢ়ক: গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স(GIPS)ত ছদিনীয়া শিক্ষক-বিকাশ আৰু শিকন কৰ্মশালা

প্ৰতিবাদস্থলীত শ শ প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ, সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী মুৰ্দাবাদ, জাগুনবাসীক দলং লাগিবই আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰুনাল নাথ উপস্থিত হৈ প্ৰতিবাদকাৰী সকলৰ পৰা স্মৰক পত্ৰ গ্ৰহণ কৰি ৰাইজ দাবী ৰজাঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিবাদী ৰাইজক আশ্বাস দিয়ে।

অৱশ্যে ছাত্ৰমুক্তিৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰি কয় যে দলং নিৰ্মাণ নকৰা পৰ্য্যন্ত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব। এই প্ৰতিবাদৰ পাছত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা চৰকাৰ প্ৰশাসনে উক্ত স্থানত দলং নিৰ্মাণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।

লগতে পঢ়ক: মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?

উল্লেখ যে বিগত ৫ বছৰত জাগুন দিহিং ঘাটত ৮জন লোকে বিভিন্ন সময়ত নৈ পাৰ হ’বলৈ চেষ্টা কৰোতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ মৃত্যু হোৱা কিৰণ থাপাৰ পৰিয়ালেও এই পৰ্য্যন্ত চৰকাৰী ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি পাপু দত্তই। দুৰ্ভগীয়া পৰিয়ালটোক অনতিপলমে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে দত্তই।

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd