• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ ৰাজ্য জুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
February 3, 2022 10:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে ৰাজ্য জুৰি অৱস্থান ধৰ্ম ঘট কাৰ্যসূচী পালন কৰে। সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাটো অনুষ্ঠিত হয় ১ ঘন্টীয়া এই অৱস্থান ধৰ্ম ঘট কাৰ্যসূচী ।

বিশ্বনাথ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হোৱা এই অৱস্থান ধৰ্ম ঘট কাৰ্যসূচীত চাৰিটা শিক্ষা খণ্ডৰ সৰ্বমুঠ 40 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ।

বিভিন্ন সমস্যাৰে জৰ্জৰিত প্ৰায়ে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক উত্থাপন কৰি অহা শিক্ষক সকলে আজি পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সমাধানৰ পথ পোৱা নাই যাৰ ফলত আজি পুণৰ ৰাজ্যৰ প্ৰতিখন জিলাত এই দৰে প্ৰতিবাদ মুখৰ হৈ শিক্ষক শিক্ষয়িত্ৰী সকল ।

প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষক শিক্ষয়িত্ৰী সকলৰ বিশেষকৈ দাবী সমুহৰ ভিতৰত হ’ল ::::

১) পেব(PAB)ৰ নিৰ্দেশনা অনুসৰি দ্বৈত কেডাৰ ভঙ্গ কৰি শীঘ্ৰে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা

২) ১ জুলাই ২০২০ তাৰিখৰ ৰাজ্যপাল নির্দেশনা (Orders by the Governor of Assam)ত উল্লেখিত সকলোবোৰ সুবিধা শীঘ্ৰে প্ৰদান কৰা ।

৩) ২০১৯ চনৰ জুলাইৰপৰা বঞ্চিত হৈ ৰোৱা বৰ্দ্ধিত মৰগীয়াবানচ বকেয়াসহ(সৰ্বমুঠ ১৯%) সম্পূর্ণকৈ আদায় দিয়া ।

৪) কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক তেখেতৰ বাকী থকা কাৰ্যকালৰ (৬০ বছৰলৈ) সম্পূৰ্ণ দৰমহা আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা। (যিটো নিয়মীয়া শিক্ষকসকলক দিয়া হয়)

৫) আপোন ঘৰ লোণ, এনপিএচ, চাৰ্ভিচ বুক, গ্রেচুইটি, শিক্ষক বঁটা আদিৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা,

৬) ২০১২ চনৰ পৰা আজিলৈকে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ন্যূন্যতম ২০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা।

৭) বদলিকৰণ আইনৰ সংশোধন কৰি বহিঃজিলাত কৰ্মৰত শিক্ষক সকলক গৃহজিলা লৈ বদলিৰ সুবিধা প্ৰদান কৰা।

৮) নিম্ন প্রাথমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষক পদ সৃষ্টি কৰি যোগ্যতা সম্পন্ন টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলকো এই পদ প্ৰদান কৰা ।

কাজী জেইদুল ইছলাম,বিশ্বনাথ

কাজী জেইদুল ইছলাম,বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd