'যুগ যুগ জিও'ত বৰুণ ধাৱানৰ নতুন অৱতাৰ

বলীউদ তাৰকা বৰুণ ধাৱান বৰ্তমান তেওঁৰ ছবি ‘যুগ যুগ জিও’ৰ প্ৰচাৰত ব্যস্ত। অহা ২৪ জুনত মুক্তি পাব ছবিখনে।

ছবিখনত বৰুণ ধাৱানৰ উপৰি অভিনয় কৰিছে কিয়াৰা আদৱানি, অনিল কাপুৰ আৰু নীতু কাপুৰে

ছবিৰ প্ৰচাৰৰ সময়ত বৰুণ ধাৱানে কয় যে তেওঁ ট্যাটু কৰিবলৈ অলপ ভয় খায়। অনিল কাপুৰ আৰু নীতু কাপুৰেও তেওঁৰ কথাত সমৰ্থন কৰে।

ৰাজ মেহতা পৰিচালিত ‘যুগ যুগ জিও’ ছবিৰ প্ৰথমটো গান দুদিন পূৰ্বে মুকলি কৰা হৈছে। ছবিখনৰ মুক্তিৰ এসপ্তাহ পূৰ্বে ছবিখনৰ আগতীয়া বুকিং আৰম্ভ কৰিছে প্ৰযোজকে

For more stories