• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ তালিকাৰ শীৰ্ষত যোগী আদিত্যনাথ; সপ্তম স্থানত স্ব-ঘোষিত হিন্দুত্বৰ ‘পোষ্টাৰ বয়’ হিমন্ত বিশ্ব

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 24, 2024 4:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিমানেই বিতৰ্কিত নহওক কিয়, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনপ্ৰিয়তা কমা নাই। তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ উপাধি লাভ কৰে। শেহতীয়াকৈ সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ ‘মুড অৱ দ্য নেচন’ৰ সমীক্ষা অনুসৰি দেশৰ ৩৩ শতাংশতকৈ অধিক জনসাধাৰণে যোগীক দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি গণ্য কৰে। এই তালিকাত দ্বিতীয় স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

“মূড অৱ দ্য নেচন”-এ দেশৰ ৩০খন ৰাজ্যৰ ১.৩৬ লাখ লোকৰ ওপৰত এক সমীক্ষা চলাই কোনজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সেই বিষয়ে জানিব পাৰে। য’ত দেশৰ ৩৩ শতাংশতকৈ অধিক লোকে যোগী আদিত্যনাথক শ্ৰেষ্ঠ বুলি ভাবে। অৱশ্যে এই তালিকাত দ্বিতীয় স্থানত থকাৰ পাছতো দেশৰ মাত্ৰ ১৩.৮ শতাংশ লোকেহে অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰে। এই তালিকাত তৃতীয় স্থানত আছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। দেশৰ ৯.১ শতাংশ লোকে মমতাক মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰে। চতুৰ্থ স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন। ৪.৭ শতাংশ লোকে তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। আৰু পঞ্চম স্থান দখল কৰে অন্ধ্ৰ প্ৰদেশৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। ৪.৬ শতাংশ লোকে তেওঁক ভোট দিছিল। লগতে এই তালিকাত আছে ক্ৰমে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, মহাৰাষ্ট্ৰৰ একনাথ শিণ্ডে, কৰ্ণাটকৰ সিদ্দাৰময়া, অসমৰ হিমন্ত বিশ্ব শৰ্মা, উত্তৰাখণ্ডৰ পূষ্কৰ সিং ধামী।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ ২.২% লোকেহে পছন্দ কৰে৷

যোগী আদিত্যনাথক তালিকাৰ শীৰ্ষত ৰখাৰ আঁৰৰ মানুহৰ দাবী যে যোগী আদিত্যনাথ অহাৰ পিছৰ পৰা যোৱা সাত বছৰত উত্তৰ প্ৰদেশৰ আইন-শৃংখলাৰ বহুখিনি উন্নতি হৈছে। তেওঁ অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যদিও আইনৰ দৃষ্টিত এই কঠোৰ পদক্ষেপ বাৰে বাৰে বিতৰ্কৰ কেন্দ্ৰবিন্দুলৈ আহিছে। বেলাগাম এনকাউণ্টাৰ, অপৰাধীৰ সম্পত্তি জব্দ, অভিযুক্তৰ ঘৰ বুলডজাৰ আদি কেইবাটাও নীতিক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। কিন্তু বাস্তৱত সেই নীতিৰে যোগী জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd