অসম কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 19, 2017 7:05 am কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড। চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ চৌহদত থকা তিনিখনকৈ দোকানত জুই লাগি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে এতিয়াও জুই নুমোৱাৰ চেষ্টা অৱ্যাহত ৰাখিছে। ← Previousবৰাক নদীৰ ওপৰত তিনিখন নতুন দলঙৰ অনুমোদন Next →ভাৰত-ম্যানমাৰৰ মাজত যুটীয়া সামৰিক অনুশীলন You may also like অসম আমেৰিকালৈ পাৰমাণৱিক তথ্য সৰবৰাহ; ক্ষমতা দখলৰ চক্ৰান্ত! শীৰ্ষ জেনেৰেলক অপসাৰণ জিনপিঙৰ আমেৰিকাৰ সৈতে শুল্ক যুদ্ধৰ মাজতে চীন পুনৰ চাপত পৰিছে। ৰাষ্ট্ৰপতি ছি জিনপিঙে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে এজন গুৰুত্বপূৰ্ণ সামৰিক সেনাধ্যক্ষক। অভিযোগ অনুসৰি… এন ই নাও নিউজ, গুৱাহাটী · January 26, 2026 1:36 pm অসম নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা পৰিৱেশত উদ্বিগ্নতা প্ৰকাশ নাগৰিক সমাজৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত অব্যাহত থকা বিক্ষোভ- প্ৰতিবাদৰ মাজতে এচাম ন্যস্তস্বাৰ্থ জড়িত মহলে সমাজত বাঙালী- মুছলমান বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰা বিষয়টোত… অনির্বাণ পাঠক · May 19, 2018 2:37 pm অসম কলিয়াবৰৰ কুঁৱৰীটোলত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস অসমৰ সমাজ-ৰাজনীতি-সংস্কৃতিৰ পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁৰ মৃত্যু দিৱস ২০ জুনত সমগ্ৰ অসমবাসীয়ে সুঁৱৰি আহিছে। এইবাৰো কাইলৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিষ্ণু… ৰিদিপ শৰ্মা · June 19, 2018 6:35 pm অসম আজি অসমত ৩৫৯২ গৰাকী লোক কোভিড প’জিটিভ; মৃতকৰ সংখ্যা ৬৮০ গৰাকীলৈ বৃদ্ধি অসমত ক’ৰ’না ভাইৰাছৰ অদমনীয় গতি অব্যাহত আছে। আজিৰ দিনটোত ৰাজ্যত নতুনকৈ ৩৫৯২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আজি কৰা… এন ই নাও নিউজ · September 29, 2020 10:28 pm