অভিমত অসম আন্ত: ৰাষ্ট্ৰীয় ক্ৰীড়া জীৱনশৈলী দেশ প্ৰাসংগিক প্ৰশ্ন
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
Home › অসম

অসম ৰাইফলছত গ্ৰুপ চি আৰু ডিৰ চাকৰি

December 3, 2017 5:05 pm · এন ই নাও নিউজ ব্যুৰো
Updated: December 3, 2017 5:43 pm

অসম ৰাইফলছে ইয়াৰ ৱেবছাইটত ঘোষণা কৰা মতে বাহিনীটোত অলপতে চি আৰু ডি গ্ৰুপৰ ৭৫৪ টা পদ পূৰণৰ বাবে মকৰল প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইয়াত জনোৱা খবৰ মতে অহা ২০ ডিচেম্বৰৰ ভিতৰত এই খালী পদসমূহত নিযুক্তিৰ সুবিধা ল’ব খোজা অৰ্হতাসম্পন্ন পুৰুষ আৰু মহিলাই আবেদন কৰিব পাৰিব। তেওঁলোকৰ ৱেবছাইট http://www.assamrifles.gov.in/ এই বিষয়ে বিতং তথ্যৰ লগতে আৱেদন পত্ৰও পাব বুলি বিশেষ এটা সূত্ৰই জনাইছে। অৱশ্যে এই সূত্ৰটোৱে কোৱা এই ৱেবছাইটোত খুঁচৰি চাই ইয়াক unavailable বুলিহে পোৱা গৈছে।

‹ বোকাখাতত খড়্গ সহ আটক চোৰাংচিকাৰীক বাংলাদেশৰ মনিপুৰী সংগঠনে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী এন… ›

Related News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm · এন ই নাও নিউজ, গুৱাহাটী

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm · এন ই নাও নিউজ, গুৱাহাটী

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm ·
NORTHEAST NOW (Assamese) · View full site