NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

এন আৰ চি বিষয়ত দিচপুৰত গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 22, 2017 6:17 am
এন আৰ চি বিষয়ত দিচপুৰত গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক
Apply Now

এন আৰ চি বিষয়ত গুৰুত্বপূৰ্ণ দিশ কিছুমানৰ আলোচনা কৰিবলৈ আজি দিচপুৰত এক গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী আৰু আনবোৰ দলৰ প্ৰতিনিধি।

← Previousবিশ্ব যুৱ মহিলা বক্সিং : অসম-জীয়ৰী অংকুশিতা বড়োৱে… Next →সাংবাদিক সুদীপ দত্ত ভৌমিক হত্যাকাণ্ড : কমাণ্ডেণ্ট  তপন…

You may also like

অসম

ফেচবুকত মোদী, শ্বাহৰ আপত্তিজনক প’ষ্ট চেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ আপত্তিজনক ফটো, লিংকছ আদি ফেচবুকত আপল’ড দিয়াৰ অপৰাধত কোকৰাঝাৰ আৰক্ষীয়ে আজিয়াৰ ৰহমান…

ৰিনয় বসুমতাৰী · August 15, 2019 8:00 am
অসম

শিৱসাগৰত নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্ব্যনৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

কালি সমগ্ৰ দেশজুৰি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন চমুকৈ AISF ৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস বিভিন্ন স্তৰৰ কমিটি সমূহে দেশজুৰি পালন কৰিছে। ইয়াৰ…

পাৰ্শ্বজ্যোতি গগৈ · August 13, 2020 6:26 am
অসম

আলফা স্বাধীনত যোগদান সন্দৰ্ভত ফেচবুক পোষ্ট : তামুলপুৰত গ্ৰেপ্তাৰ যুৱক 

তামুলপুৰৰ এজন যুৱকে নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ সপক্ষে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ অভিযোগত শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰাৰম্ভিক বাতৰি অনুসৰি যুৱকজনে…

এন ই নাও নিউজ, গুৱাহাটী · December 23, 2023 6:24 pm
Popular Stories

বন্ধ হ’ব এছ বি আইৰ শাখা, গ্ৰাহকৰ বাবে খোলা হ’ব ই-কৰ্ণাৰ ! সংসদত কি উত্তৰ দিলে চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে দেশত ভাৰতীয় ষ্টেট বেংকৰ শাখা সমূহ বন্ধ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে ই-কৰ্ণাৰ স্থাপন কৰাৰ কথা ভাবিছে।…

এন ই নাও নিউজ · February 13, 2020 2:04 pm
NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese) © 2026