NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰিলে শিলচৰ-গুৱাহাটী আৰু শিলচৰ-মেঘালয় ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য্য

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 29, 2017 3:25 pm
গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰিলে শিলচৰ-গুৱাহাটী আৰু শিলচৰ-মেঘালয় ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য্য
Apply Now

কালি অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিলচৰ-গুৱাহাটী আৰু শিলচৰ-মেঘালয় ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰে। এই কথা অসম চৰকাৰৰ এটা সূত্ৰত জানিব পৰা গৈছে। মন্ত্ৰীজনে পথটোৰ নিৰ্মাণকাৰ্য্যত জড়িত থকা ঠিকাদাৰকো কাম সময়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দিয়ে।

← Previousনগাঁৱৰ কঠীয়াতলীত দুটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ Next →কোকৰাঝাৰত অংকুশিতাক বিপুল আদৰণি : আজি আনুষ্ঠানিকভাৱে প্ৰদান…

You may also like

অসম

ভাৰতে ক’ৰ’নাৰ বিৰুদ্ধে অব্যাহত ৰখা যুদ্ধত জয়ী হ’ব : নীতি আয়োগ

ভাৰতে ক’ৰ’নাৰ বিৰুদ্ধে সুন্দৰভাৱে যুদ্ধ কৰি আছে আৰু এই যুদ্ধত ভাৰতে জয়ী হ’ব বুলি বৃহস্পতিবাৰে নীতি আয়োগৰ সদস্য ড০ ভি কে পলে…

এন ই নাও নিউজ · June 12, 2020 2:38 pm
Popular Stories

অধ্যাপক উদয়াদিত্য ভৰালীলৈ এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা: ১৮ মে’ত প্ৰদান কৰা হ’ব এই সন্মান

বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীলৈ আগবঢ়োৱা হৈছে এইবৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ৷ ১৮ মে’ দেওবাৰে দিনৰ ১১:৩০ বজাত…

এন ই নাও নিউজ, গুৱাহাটী · May 14, 2025 5:40 pm
অসম

‘আমি বাংলাদেশী নহয়’; বাকছাত উত্তেজিত জনতাই বাট আগচি বিচাৰিলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ তথ্য

অসমৰ বাকছা জিলাত অলপতে চাৰিগৰাকী লোকক উত্তেজিত জনতাই আৰক্ষীৰ হাতত গটাই দিয়াৰ পূৰ্বে ‘বাংলাদেশী টেষ্ট’ কৰাবলৈ বাধ্য কৰায়। জানিব পৰা মতে, চাহিদ…

এন ই নাও নিউজ · September 18, 2019 6:45 pm
অসম

অসমত ৩৬৪৪ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৩.০৩ শতাংশ

৩৬৪৪গৰাকী ব্যক্তি সোমবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ২৪ ঘণ্টাত ১,২০,১৫৬টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ…

এন ই নাও নিউজ · September 28, 2020 10:13 pm
NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese) © 2026