NORTHEAST NOW (Assamese)

নগা ফ্ৰেমৱৰ্ক : নাহৰকটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ

November 17, 2017 9:50 am · এন ই নাও নিউজ ব্যুৰো

নাহৰকটীয়া

নাহৰকটীয়াৰ জয়পুৰত বৃহস্পতিবাৰে কংগ্ৰেছে নগা ফ্ৰেমৱৰ্ক চুক্তি বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে নাহৰকটীয়াৰ পৰা নামৰূপ সংযোগী পথটি অৱৰোধ কৰি পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ন কৰে। এই পথ অৱৰোধ কাৰ্য্যসূচীত কংগ্ৰেছী নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনে অংশগ্ৰহণ কৰে।

Related News