Popular Stories ২ কেজি চাউলৰ বাবে বৃদ্ধাক হত্যা Posted by: এন ই নাও নিউজ ব্যুৰো November 17, 2017 9:47 am টেঙাখাত ২ কেজি চাউলৰ বাবে হত্যা কৰা হৈছে এগৰাকী বৃদ্ধাক। বিশ্বনাথৰ টেঙাখাতত সংঘটিত হৈছে এই ঘটনা। হত্যাৰ বলি হৈছে শান্তি মুণ্ডা নামৰ এগৰাকী বৃদ্ধা। হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লক্ষীৰাম বেঞ্জামিন নামৰ এজন লোকক। ← Previousগৌৰীপুৰত ৰে’লে মহটিয়ালে যুৱকক Next →নগা ফ্ৰেমৱৰ্ক : নাহৰকটীয়াত কংগ্ৰেছৰ প্ৰতিবাদ You may also like অসম পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ টঙালি; ২ৰ পৰা ৯ জুলাইলৈ হ’ব মৰ্চাবিলাকৰ ৰাজ্যিক সন্মিলন আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসনাধিষ্ঠ বিজেপিয়ে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে বিভিন্ন ধৰণৰ ৰণকৌশল ইতিমধ্যেই প্ৰস্তুত… অনিৰ্বাণ পাঠক · July 1, 2018 8:06 pm অসম ৮ ফেব্ৰুৱাৰিত গুৱাহাটীৰ জি আই এম টিত বৃহৎ নিয়োগ মেলাৰ আয়োজন ৰাজ্যত নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে নিবনুৱা সকলৰ বাবে এক সুখবৰ। কাৰিকৰী প্ৰশিক্ষণ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী আৰু ইতিমধ্যে কাৰিকৰী শিক্ষা সম্পূৰ্ণ… এন ই নাও নিউজ · February 7, 2019 3:16 pm অসম অসম চৰকাৰৰ ব্যাপক বাজেট সজাগতা কাৰ্যসূচী আৰম্ভ সোমবাৰে অসম চৰকাৰৰ বিত্ত বিভাগে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে পৰামৰ্শ বিচাৰি ব্যাপক নাগৰিক সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে। এক চৰকাৰী বিবৃতিত এই… এন ই নাও নিউজ · January 30, 2018 1:01 pm অসম মিছা আৰক্ষীৰ জালত পৰিল ৩০ জুলাইৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড চাকলিম মুস্তাক প্ৰায় ৪০ টা দিনৰ অন্তত মিছা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ বৰালিগাঁওত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ৩০ জুলাইৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ… ৰিদিপ শৰ্মা · September 10, 2021 10:26 am