Uncategorized গৌৰীপুৰত ৰে’লে মহটিয়ালে যুৱকক Posted by: এন ই নাও নিউজ ব্যুৰো, ১৬ নৱেম্বৰ: November 17, 2017 9:39 am উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰেলে মহটিয়ালে যুৱকক। ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই মৃত যুৱকজনৰ পৰিচয়। ← Previousমহানগৰীত নাহৰফুটুকীৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু Next →২ কেজি চাউলৰ বাবে বৃদ্ধাক হত্যা You may also like Popular Stories ইনষ্টাগ্ৰামত লগ পোৱা বন্ধু : লগ কৰিবলৈ গৈ উৎপীড়নৰ সন্মুখীন যুৱতী কৰ্ণাটকৰ উডুপিত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ভুক্তভোগীক। আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে উডুপি জিলাৰ কাৰ্কলাত… নৰ্থ ইষ্ট নাও অসমীয়া · August 24, 2024 9:35 pm Uncategorized ১৯ অক্টোবৰত নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ‘কৰ্মযোগী সপ্তাহ’ শীৰ্ষক ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰৰ পুৱা প্ৰায় ১০.৩০ বজাত নতুন দিল্লীৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ‘কৰ্মযোগী সপ্তাহ’ শীৰ্ষক ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ… নৰ্থ ইষ্ট নাও, গুৱাহাটী · October 20, 2024 7:50 pm Uncategorized দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষাৰ দাবীত বিশাল জনসভা: লজিষ্টিক পাৰ্ক বাতিলৰ প্ৰস্তাৱ দেওবাৰে কামৰূপৰ ৰামপুৰৰ দৰাবিলৰ বাকৰিত ‘দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতি’ৰ উদ্যোগত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। দৰাবিলৰ চৌপাশৰ ৰাইজকে ধৰি… এন ই নাও নিউজ, গুৱাহাটী · November 17, 2025 9:14 pm Popular Stories জিঅ’ৰ নতুন অফাৰ : মাত্ৰ ৮১ টকাত সীমাহীন কলৰ সুবিধা, লগতে পাব হাইস্পীড ডাটা প্ৰথম অৱস্থাত ৰিলায়েন্স জিঅ’ই বজাৰ দখল কৰিবলৈ গ্ৰাহকক সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়াইছিল। তাৰ পিছত তেওঁলোকে বিভিন্ন ৰিচাৰ্জ প্লেন আৰম্ভ কৰে। কম খৰচী… এন ই নাও নিউজ, গুৱাহাটী · May 2, 2023 4:46 pm