NORTHEAST NOW (Assamese)
অসম

যোৰহাটত পিষ্টল, নিষিদ্ধ ড্ৰাগছ সহ যুৱক ধৃত

Posted by: এন ই নিউজ ব্যুৰো, যোৰহাট : November 25, 2017 12:25 pm

যোৰহাটৰ মহিন্দ্ৰ শ্ব’ৰূমৰ পৰা আজি এগৰাকী যুৱকক এটা পইণ্ট ৩২ পিষ্টলৰ লগতে গুলীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে যুৱকজনৰ জিম্মাৰ পৰা কিছু নিষিদ্ধ ড্ৰাগছো জব্দ কৰে। ধৃত যুৱকজনক আকাশদীপ শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ পৰা কিছু নিষিদ্ধ ঔষধৰ কেপছুল আৰু টেবলেট উদ্ধাৰ কৰে।