NORTHEAST NOW (Assamese)
অসম

যোৰাবাটত দুৰ্ঘটনা, এজন নিহত

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 27, 2017 8:13 am
যোৰাবাটত দুৰ্ঘটনা, এজন নিহত

যোৰাবাটৰ ১৩ মাইলত আজি পুৱাই সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এখন মালভৰ্তি দ্ৰুতবেগী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হয়। বৰ্তমান সময় পৰ্যন্ত চিনাক্ত হোৱা নাই লোকজন। জানিব পৰা মতে সোণাপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন।