NORTHEAST NOW (Assamese)
জীৱনশৈলী

গেছ আৰু অত্যধিক ওজনৰ সমস্যাত চিন্তিত নেকি? এই ৫ বিধ পানীয়ই দিব পৰিত্ৰাণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 12, 2024 1:40 pm
weight gain

গেছৰ সমস্যাই আপোনাক জুৰুলা কৰিছে নেকি? পাচনতন্ত্ৰৰ স্বাস্থ্য বেয়া হ’লে এনে সমস্যা অতি সাধাৰণ। কিন্তু এয়া আপোনাৰ স্বাস্থ্যৰ বাবে একেবাৰে সঠিক কথা নহয়।

পাচনতন্ত্ৰৰ দুৰ্বল স্বাস্থ্যই আপোনাৰ বিপাকীয় ক্ৰিয়াও লেহেমীয়া কৰি তোলে। ইয়াৰ ফলত আপুনি গ্ৰহণ কৰা খাদ্য সঠিকভাৱে হজম নহয়, লগতে বাঢ়ি গৈ থাকে ওজন ।

এনে অৱস্থাৰ পৰা আপোনাক পৰিত্ৰাণ দিব পাৰে ৫ বিধ পানীয়ই। এই পানীয়কেইবিধে হজম শক্তি উন্নত কৰাৰ লগতে ওজন নিয়ন্ত্ৰণত সহায় কৰে, লগতে পাচনতন্ত্ৰৰ স্বাস্থ্যও উন্নত হয়।

Pakistani Limca - Two Cloves In A Pot

নেমুৰ ৰস আৰু ক’লা নিমখ গৰম পানীত মিহলাই খাওক। ই গেছৰ লগতে শৰীৰত জমা হৈ থকা প্ৰদূষকবোৰো আঁতৰাই পেলায়। এই পানীয়ই ওজন কমাতো সহায় কৰিব।

খাবার খাওয়ার পর আদা চা পান করুন। গরম জলে আদা ফুটিয়ে, লেবুর রস ও মধু মিশিয়ে পান করলে বদহজম, বমি বমি ভাবের সমস্যা থেকে মুক্তি পাবেন। পাশাপাশি মেটাবলিক হার উন্নত হবে, যা ওজন কমাতেও সাহায্য করবে।

খাদ্য খোৱাৰ পিছত আদা দিয়া চাহ খাব লাগে। গৰম পানীত আদা উতলাই নেমুৰ ৰস আৰু মৌ মিহলাই খালে বদহজম আৰু বমিৰ পৰা উপশম পাব। বিপাকীয় হাৰ উন্নত কৰাৰ লগতে ওজন কমাতো সহায় কৰিব।

পুদিনা পাতার চা পান করুন। হজম স্বাস্থ্য উন্নত করতে গেলে এবং বদহজমের সমস্যা থেকে মুক্তি পেতে পুদিনা পাতার চা পান করুন। গরম জলে পুদিনা পাতা ফুটিয়ে পান করতে পারেন। কিংবা বাজারে পুদিনা পাতার চা পাওয়া যায়, সেটাও গরম জলে ফুটিয়ে খেতে পারেন।

পদিনা পাতৰ চাহ খালে পাচনতন্ত্ৰৰ স্বাস্থ্য উন্নত হয় আৰু বদহজমৰ পৰা পৰিত্ৰাণ পায়। পদিনা পাতৰ চাহ বজাৰত পোৱা যায়। অথবা পদিনা পাত গৰম পানীত সিজাই খাব পাৰে।

Green Tea Recipe by Archana's Kitchen

বিপাকীয় ক্ৰিয়া বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে গ্ৰীণ টি আটাইতকৈ উপযোগী। গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ওজন কমোৱাত সহায় কৰে। লগতে কেইবাটাও ৰোগৰ আশংকাও ৰোধ কৰে।

খাবার খাওয়ার পর মুখশুদ্ধির জন্য মৌরি খান? মৌরির চা বানিয়ে পান করুন। এতে হজমজনিত সমস্যা দূর হবে। গরম জলে মৌরি ফুটিয়ে নিয়ে পান করুন। এতে পেটের ফোলাভাব থেকেও মুক্তি পাবেন।

গৰম পানীত চফ উতলাই খাব পাৰে। ই পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰিব। লগতে গেছৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব।