অসম অখিল গগৈৰ জামিন মঞ্জুৰ শিৱসাগৰৰ আদালতৰ Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 10, 2020 8:45 pm শিৱসাগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন মঞ্জুৰ কৰিছে। গৌৰীসাগৰ থানাৰ ১৫৪/২০১৯ গোচৰত অখিল গগৈক জামিন মঞ্জুৰ কৰা হৈছে। এজন ব্যক্তি আৰু দহ হাজাৰ টকাৰ আমানতত গগৈক জামিন মঞ্জুৰ কৰা হৈছে। ← Previousত্ৰিপুৰাত দ্বিতীয় গৰাকী ব্যক্তি ক’ৰ’না প’জিটিভ Next →পঞ্জাৱত ১ মে’লৈ বৃদ্ধি ল’কডাউন; ঘোষণা মুখ্য মন্ত্ৰী… You may also like অসম ৰাজ্যিক বাজেট ২০২৩-২৪: বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিল; কি প্ৰতিশ্ৰুতি? বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰীগৰাকীয়ে ২০২৩-২৪ বৰ্ষৰ বাবে ৯৩৫.২৩ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিছে।… এন ই নাও নিউজ, গুৱাহাটী · March 16, 2023 12:38 pm অসম জাগুনত দুস্প্ৰাপ্য লাজুকী বান্দৰৰ মৃত্যুত ব্যথিত প্ৰকৃতিপ্ৰেমী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনত দুস্প্ৰাপ্য লাজুকী বান্দৰ এটাৰ মৃত্যুৱে অঞ্চলবাসীৰ প্ৰকৃতিপ্ৰেমী লোকসকলক মৰ্মাহত কৰিছে। জানিব পৰা অনুসৰি ডিগবৈ বনসংমণ্ডলৰ অধিনৰ… মানস প্ৰতিম গগৈ · June 8, 2018 11:57 am অসম মাৰ্ঘেৰিটাত ছাত্ৰীক বলাৎকাৰ, হত্যাৰ ঘটনা : যাৱজ্জীৱন কাৰদণ্ডেৰে দৃষ্টান্তমূলক শাস্তি অপৰাধীক প্ৰায় আঢ়ৈ বছৰ পূৰ্বে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক মহাবিদ্যালয়ৰ পৰা ঘৰলৈ জনবিৰল পথেৰে গৈ থকা অৱস্থাত ৩জন লম্পট যুৱকে ধৰ্ষণ… এন ই নাও নিউজ · February 7, 2018 10:09 am Popular Stories প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে বিশ্ব চেম্পিয়ন টীম ইণ্ডিয়াই; ৰোহিত বাহিনীক কি ক’লে মোদীয়ে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টী-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰতীয় দলক সাক্ষাৎ কৰে। বৃহস্পতিবাৰে প্ৰায় এঘণ্টা ধৰি মোদীৰ বাসগৃহত কটায় ভাৰতীয় দলটোৱে। প্ৰধানমন্ত্ৰীয়ে তাত গোটেই… এন ই নাও নিউজ, নতুন দিল্লী · July 4, 2024 2:51 pm