NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত তড়িৎ গতিত বাঢ়িছে কোভিড১৯ত আক্ৰান্তৰ : ১০৬ জনলৈ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 18, 2020 7:16 pm
COVID19: 1724 persons discharged in Assam on Tuesday

অসমত ১০৬ গৰাকীলৈ বৃদ্ধি হৈছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

কাছাৰত আৰু দুগৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছবিধ।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে এই কথা।

 


আজিৰ দিনটোত যোৰহাটত এজন, নগাঁও জিলাত এজন আৰু গোলাঘাটত দুজন লোক আক্ৰান্ত হৈছিল এই মাৰাত্মক ৰোগত।

৬০ জন কৰনা আক্ৰান্ত চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ তিনিগৰাকী মৃত্যু মুখত পৰিছে ৷