NORTHEAST NOW (Assamese)
Popular Stories

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল চাবলৈ ১৪ টা ৱেবছাইট মুকলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2020 9:20 pm

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা ২৫ জুনত ঘোষণা কৰা হ’ব। কলা, বিজ্ঞান আৰু বহুমুখী শিক্ষাৰ ফলাফল পুৱা ৯ বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব।

ছাত্ৰ-ছাত্ৰী তথা পৰীক্ষাৰ্থী সকলে নিজৰ ফলাফল চাব পৰাকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১৪ টা ৱেবছাইট মুকলি কৰিছে।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মুকলি কৰা এই ১৪ টা বেৱছাইট তলত দিয়া হৈছে।

www.ahsec.nic.in

www.asssamresult.in

www.schools9.com

www.results.shiksha

www.newsnation.in

www.newsstate.com

www.indiaResults.com

www.iResults.net

www.EduAssam.com

www.vidyavision.com

www.exametc.com

www.ExamResults.net/assam/

www.jagranjosh.com

www.assamresult.co.in