NORTHEAST NOW (Assamese)
অসম

নৱেম্বৰত কিমান দিন বন্ধ থাকিব বেংক? তালিকাখন চাওক আৰু সেইদৰে কৰক পৰিকল্পনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 1, 2020 12:52 pm
WhatsApp-Image-2020-07-31-at-12.25.19-PM-750x375

নৱেম্বৰ মাহত সমগ্ৰ ভাৰততে বেছিভাগ ৰাজহুৱা তথা ব্যক্তিগত বেংক দেৱালী আৰু গুৰু নানক জয়ন্তীৰ বাহিৰে পাঁচটা দেওবাৰ আৰু দুটা শনিবাৰকে ধৰি কমেও আঠদিন বন্ধ থাকিব।

তদুপৰি, বিশেষ স্থানীয় উৎসৱ উপলক্ষেও উক্ত দিনত বেংক বন্ধ ৰখা হ’ব।

তাৰিখ অনুসৰি বেংকৰ বন্ধৰ তালিকাখন দাঙি ধৰা হ’ল:-

১ নৱেম্বৰ : দেওবাৰ (সকলো বেংক বন্ধ)

৮নৱেম্বৰ : দেওবাৰ (সকলো বেংক বন্ধ)

১৩ নৱেম্বৰ : ৱাংগালা উৎসৱ (কেৱল মেঘালয়ত বন্ধ)

১৪ নৱেম্বৰ : দেৱালী/কালী পূজা (আহমেদাবাদ, বেলাপুৰ, ভূপাল, চণ্ডীগড়, চেন্নাই, ডেৰাডুন, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কোচি, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পানাজী, পাটনা, ৰাইপুৰ, ৰাঁচী, শ্বিলং, ছিমলা, শ্ৰীনগৰ, থিৰুৱনন্তপুৰম)

১৫ নৱেম্বৰ : দেওবাৰ (সকলো বেংক বন্ধ)

১৬নৱেম্বৰ : দেৱালী(বালিপ্ৰতিপদ)/লক্ষ্মী পূজা/ভাইড’জ/ চিত্ৰগুপ্ত জয়ন্তী/ বিক্ৰম সম্বট নৱবৰ্ষৰ দিন।

(আহমেদাবাদ, বেলাপুৰ, বেংগালুৰু, গেংটক, কানপুৰ, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ)।

১৭ নৱেম্বৰ : লক্ষ্মী পূজা/দীপাৱলী/নিংগল চাক্ক’ৱাবা (গেংটক/ইম্ফল)।

১৮ নৱেম্বৰ : লক্ষ্মী পূজা/দীপাৱলী(গেংটক)।

২০ নৱেম্বৰ : ষঠ পূজা (পাটনা, ৰাঁচী)

২১ নৱেম্বৰ : ষঠ পূজা (পাটনা)

২২ নৱেম্বৰ : দেওবাৰ (সকলো বেংক বন্ধ)

২৩ নৱেম্বৰ : ছেং কুটছনেম (শ্বিলং)

২৮ নৱেম্বৰ : চতুৰ্থ শনিবাৰ (সকলো বেংক বন্ধ)

২৯ নৱেম্বৰ : দেওবাৰ (সকলো বেংক বন্ধ)

৩০ নৱেম্বৰ : গুৰু নানক জয়ন্তী/ কাৰ্তিক পূৰ্ণিমা/ৰাস পূৰ্ণিমা (আইজল,বেলাপুৰ, ভূপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, ডেৰাডুন, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা, ৰাইপুৰ, ৰাঁচী, ছিমলা, শ্ৰীনগৰ)।